ৱিকিপিডিয়া বাৰ্তা:ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০

ফাউণ্টেইনৰ লিংকটো খোলা নাই ‌। মন কৰিবচোন । --ঈশান জ্যোতি বৰা (talk) 14:59, 1 February 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

@ঈশান জ্যোতি বৰা: এই বিষয়ে মই Fountain-ৰ স্ৰষ্টা আৰু ৱিকি লাভ্‌ছ ৱুমেনৰ আয়োজকৰ লগত কথা পাতি আছোঁ। কিবা কাৰিকৰী অসুবিধাৰ বাবে লিঙ্কটো সক্ৰিয় কৰিব পৰা নাই। আশা কৰোঁ শুনকালেই ই সক্ৰিয় হ'ব। আপোনালোকে প্ৰবন্ধ লিখি যাওক। Fountain-ত মই অপোনাৰ নামত পাছত জমা কৰি দিম। --SlowPhoton (talk) 16:40, 1 February 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰবন্ধ জমা দিয়া লিংকটো খোলা নাই। সম্পাদনা কৰক

লিংকটো খুলিবলৈ বহু সময় লয় তথাপি নুখোলে। লিংকটোৰ কিবা কাম কৰিবলগীয়া থাকিলে সেয়া কৰিব লাগে। প্ৰবন্ধ জমা কৰক নামৰ লিংকটো বৰ্তমান কেৱল লোডিং হৈ থাকে।

ইয়াৰ উপৰিও মই ৱিকি লাভচ ৱুমেন দক্ষিণ এছিয়া ২০২০ ত প্ৰবন্ধ জমা দিবলৈ মই আগতে ৱিকিপিডিয়াত প্ৰকাশ কৰিব লাগিব নে নাই। নে পোনে ইয়াত জমা কৰা যাব সেই বিষয়ে মোক অলপ জনাব। মই ৱিকিপিডিয়াৰ এই চিষ্টেমটো ভালদৰে বুজা নাই। মোক যোগাযোগ কৰকঃ E-mail : hanifali232@gmail.com

@Yuvomilan Dev Society:মহাশয়, প্ৰবন্ধ লিখি ৱিকিপিডিয়াত বেলেগকৈ জমা কৰাৰ প্ৰয়োজন নাই ৷ নতুন পৃষ্ঠা এটা সৃষ্টি কৰা মানেই প্ৰবন্ধটো ৱিকিপিডিয়াত সন্নিৱিষ্ট হোৱা ৷ ৱিকিলাভছৰ লিংকটোত কিবা কাৰিকৰী বিজুতি হৈ আছে ৷ প্ৰশাসকসকল লাগি আছে ৷ আপুনি লিখি যাওক ৷ লিংকটো ঠিক হ'লে একেলগে আটাইকেইটা জমা দিব পাৰিব ৷ --ঈশান জ্যোতি বৰা (talk) 08:39, 9 February 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
@ঈশান জ্যোতি বৰা: মহাশয়, মই যে ইতিমধ্যে ৱিকিপিডিয়াত প্ৰবন্ধ এটা পোষ্ট কৰিছো। সেই প্ৰবন্ধ ৱিকি লাভ্চ ৱুমেনৰ অনতৰ্গত নহব নেকি ? 2409:4065:106:F4F1:64A0:8775:5836:C766 09:21, 9 February 2020 (ইউ.টি.চি.)Yuvomilan Dev Societyউত্তৰ দিয়ক
@Yuvomilan Dev Society: আপোনাৰ প্ৰবন্ধটো প্ৰতিযোগিতাৰ কাৰণে হয় নে নহয়, সেইটো বিচাৰকসকলেহে বিচাৰ কৰিব ৷ আপুনি এই কথাখিনি মন কৰক ৷ ৱিকি লাভ্‌ছ ৱুমেনৰ এই সংস্কৰণত লোক সংস্কৃতি বিষয়বস্তুৰ সৈতে ৱিকি লাভ্‌ছ ফ'কল'ৰৰ লগত সংগতি ৰাখি লৈংগিক ব্যৱধানৰ উন্নতিৰ বাবে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লিঙ্গকেন্দ্ৰিক বিষয়ত আলোকপাত কৰা হ'ব। ইয়াত লোক-কাহিনী, লোক-সংস্কৃতি (লোক-শিল্পী, লোক-নৃত্যশিল্পী, লোক-সংগীতশিল্পী, লোক-ক্ৰীড়াবিদ, পৌৰাণিক কাহিনীত নাৰী, লোক-কাহিনীত মহিলা যোদ্ধা, ডাইনী হত্যা, সাধুকথা আদি)-ৰ অন্তৰ্ভুক্ত কৰা হৈছে যদিও ই ইয়াতে সীমাবদ্ধ নহয়।

তদুপৰি এই লিংকৰ একেবাৰে তলত প্ৰবন্ধৰ তালিকা এখন আছে ৷ আপুনি সেইবোৰো লিখিব পাৰে ৷ https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF_%E0%A6%B2%E0%A6%BE%E0%A6%AD%E0%A7%8D%E2%80%8C%E0%A6%9B_%E0%A7%B1%E0%A7%81%E0%A6%AE%E0%A7%87%E0%A6%A8_%E0%A6%A6%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A3_%E0%A6%8F%E0%A6%9B%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A6

--ঈশান জ্যোতি বৰা (talk) 13:39, 9 February 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

@ঈশা জ্যোতি বৰা: ছাৰ, তলত উল্লেখ কৰা ইংৰাজী প্ৰবন্ধ বোৰ অনুবাদ কৰিলেও হব নে? পোনে অনুবাদ নকৰি মই সকলোবোৰ ডাউনলোড কৰি যদি নতুনকৈ অসমীয়া ভাষা লিখো তথাপি হবনে ? Yuvomilan Dev Society
"ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।