ৱিকিপিডিয়া বাৰ্তা:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯

Latest comment: 5 বছৰৰ পূৰ্বে by Victuallers in topic Wiki Loves Women = Africa!


অংশগ্ৰহণ সম্পাদনা কৰক

নমস্কাৰ।মই ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী।অনুগ্ৰহ কৰি কেনেদৰে অংশগ্ৰহণ কৰিব পাৰিম জনাবচোন।আৰু ইয়াৰ বাবে সৃষ্টি কৰিবলগীয়া প্ৰবন্ধসমূহ আন প্ৰবন্ধবোৰ যেনেকৈ দিয়া হয় তেনেকৈয়ে দিব লাগিব নে বেলেগকৈ দিব লাগিব?- Bidyut13 (talk) 15:02, 5 February 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Bidyut13: "অংশগ্ৰহণ কৰক" বুলি লিংক এটা আছে। তালৈ গৈ ইয়াত কৰাৰ দৰে নিজৰ স্বাক্ষৰ কৰক। প্ৰবন্ধৰ তালিকা এখন দিয়া আছে। তাৰ পৰা নিজৰ পছন্দমতে সৃষ্টি কৰক। বিচাৰকক জমা দিবলৈ তলতে আন এটা লিংক আছে। — গীতাৰ্থ বৰদলৈ (talk) 15:19, 5 February 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

Wiki Loves Women = Africa! সম্পাদনা কৰক

Come and be language number 17 at Women in Red? Victuallers (talk) 16:20, 6 February 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

"ৱিকি লাভ্‌ছ ৱুমেন ২০১৯" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।