অসমত হোৱা ভূমিকম্প (১৮৯৭)

(1897 Assam earthquakeৰ পৰা পুনঃনিৰ্দেশিত)


১৮৯৭ চনৰ ১২ জুন তাৰিখে হোৱা ভূমিকম্পটোৱে সমগ্ৰ অসমৰ ক্ষতি সাধন কৰে। ইয়াৰ প্ৰাৱল্য আছিল ৮.১ ৰিখটাৰ স্কেল।.[3]

অসমত হোৱা ভূমিকম্প (১৮৯৭)
অসমত হোৱা ভূমিকম্প (১৮৯৭) is located in India
{{{alt}}}
তাৰিখ ১২ জুন, ১৮৯৭
প্ৰাৱল্য ৮.১ ৰিখটাৰ স্কেল (Mw:৮.১৫-৮.৩৫) [1]
অভিকেন্দ্ৰ 26°00′N 90°42′E / 26.0°N 90.7°E / 26.0; 90.7স্থানাংক: 26°00′N 90°42′E / 26.0°N 90.7°E / 26.0; 90.7[2]
দেশ বা অঞ্চল(সমূহ)  ভাৰত
হতাহত ১৫০০

এই ভূমিকম্পৰ ফলত প্ৰায় ১৫০,০০০ বৰ্গ মাইল (৩৯০,০০০ বৰ্গ কিঃমিঃ) অঞ্চলৰ ঘৰ-দুৱাৰ আদি ধ্বংস হয়। ইয়াৰ উপৰি ম্যানমাৰৰ পৰা নতুন দিল্লীলৈকে প্ৰায় ২,৫০,০০০বৰ্গ মাইল (৬,৫০,০০০ বৰ্গ কিঃমিঃ) জুৰি এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা গৈছিল। ইয়াৰ ফলত প্ৰতিৱেশী দেশ ভূটানৰ বহু অট্টালিকা ধ্বংস হয়।[4]

এই ভূমিকম্পৰ ফলত প্ৰায় ১৫০০ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও বহু পৰিমাণৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হয়।

পটভূমি সম্পাদনা কৰক

বহু গৱেষকৰ মতে অল্ডহাম চ্যুতিত এই ভূমিকম্পটোৰ সৃষ্টি হৈছিল।[1] এই চ্যুতি ইণ্ডিয়ান প্লেটৰ অন্তৰ্গত শ্বিলঙ মালভূমিৰ উত্তৰ অংশত অৱস্থিত।[1][3][5]

লগতে চাওক সম্পাদনা কৰক

লগতে পঢ়ক সম্পাদনা কৰক

  • Gahalaut V.K. and Chander R., A rupture model for the great earthquake of 1897, northeast India.
  • Oldham, Richard D. 'Report on the great earthquake of 1897'. Geological Survey of India, Calcutta, 1899.
  • Lee, W.H.K., and M. Meyers and N. Shimazaki. 'Historical Seismograms and Earthquakes of the World Academic Press, San Diego, 1988.

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 England, Philip; Bilham, Roger (2015). "The Shillong Plateau and the great 1897 Assam earthquake". Tectonics খণ্ড 34 (9): 1792–1812. doi:10.1002/2015TC003902. 
  2. Subedi, Shiba; Hetényi, György (2021-10-01). "Precise Locating of the Great 1897 Shillong Plateau Earthquake Using Teleseismic and Regional Seismic Phase Data" (en ভাষাত). The Seismic Record খণ্ড 1 (3): 135–144. doi:10.1785/0320210031. ISSN 2694-4006. https://pubs.geoscienceworld.org/tsr/article/1/3/135/609665/Precise-Locating-of-the-Great-1897-Shillong. 
  3. 3.0 3.1 Bilham and England, Plateau Pop-up during 1897 Assam Earthquake, Nature, 410, 806-809, 2001.
  4. Kalita, Jugal. "The Great Assam Earthquake of 1897". Assam Portal. http://www.assam.org/content/great-assam-earthquake-1897. 
  5. Hough, S.E.; Bilham, R., Ambraseys, N. & Feldl, N. (2005). "Revisiting the 1897 Shillong and 1905 Kangra earthquakes in northern India: Site response, Moho reflections and a triggered earthquake". Current Science খণ্ড 88: 1632–1638. http://www.ias.ac.in/currsci/may252005/1632.pdf. 

বাহ্যিক সংযোগ সম্পাদনা কৰক