সদস্য:Anjal Borah/সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮

(AFSPAৰ পৰা পুনঃনিৰ্দেশিত)


সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ চনৰ ছেপ্তেম্বৰ মাহৰ ১১ তাৰিখে ভাৰতৰ সংসদত গৃহিত কৰা হয়৷ ইয়াৰ দ্বাৰা অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত সৈন্যসকলে কাৰ্য্য পৰিচালনাৰ ক্ষেত্ৰত বিশেষ ক্ষমতা লাভ কৰে৷