আব্দুলৰাজাক গুৰ্নাহ

ঔপন্যাসিক আৰু নোবেল বঁটা বিজয়ী (জন্ম ১৯৪৮)
(Abdulrazak Gurnahৰ পৰা পুনঃনিৰ্দেশিত)

আব্দুলৰাজাক গুৰ্নাহ (ইংৰাজী: Abdulrazak Gurnah;জন্ম ২০ ডিচেম্বৰ ১৯৪৮) এজন তাঞ্জানিয়াৰ ঔপন্যাসিক। তেওঁৰ সাহিত্যৰাজিৰ লিখিত ভাষা ইংৰাজী। বৰ্তমান তেওঁ যুক্তৰাজ্যত বসবাস কৰে। তেওঁৰ বিখ্যাত উপন্যাস পেৰাডাইজ (১৯৯৪), বুকাৰ আৰু হুইটব্ৰেড পুৰস্কাৰৰ বাবে মনোনীত হৈছিল। ডেজাৰ্টিয়ান (২০০৫), আৰু বাই দ্য চি (২০০১) উপন্যাস দুখনো বুকাৰ পুৰস্কাৰৰ বাবে মনোনীত দীঘলীয়া তালিকাত আৰু লছ এঞ্জেলছ টাইমছ বুক এৱাৰ্ডৰ বাবে মনোনীত চুটি তালিকাত অন্তৰ্ভুক্ত হৈছিল।[2]

আব্দুলৰাজাক গুৰ্নাহ

২০০৯ চনত গুৰ্নাহ
জন্ম ২০ ডিচেম্বৰ, ১৯৪৮ (৭৫ বছৰ)
জাঞ্জিবাৰৰ চুলতানাত[1]
ৰাষ্ট্ৰীয়তা তাঞ্জানিয়ান
ধৰণ কল্পকাহিনী
উল্লেখনীয় কৰ্মৰাজি পেৰাডাইজ (১৯৯৪),
বাই দ্য চি (২০০১),
ডেজাৰ্টিয়ান (২০০৫)
উল্লেখযোগ্য বঁটা সাহিত্যৰ ন'বেল বঁটা (২০২১)

"ঔপনিৱেশিকতাৰ প্ৰভাৱ তথা সংস্কৃতি আৰু মহাদেশসমূহৰ মধ্যৱৰ্তী শৰণাৰ্থীৰ দশাৰ আপোচহীন আৰু সহানুভূতিশীল নিৱেশৰ বাবে" তেওঁক ২০২১ চনত সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হয়।[3][4][5]

জীৱন-জীৱিকা সম্পাদনা কৰক

বঁটা আৰু সন্মান সম্পাদনা কৰক

২০০৬ চনত ৰয়েল চছাইটি অফ লিটাৰেচাৰৰ এজন ফেলো হিচাপে গুৰ্নাহ নিৰ্বাচিত হৈছিল। [6] "ঔপনিৱেশিকতাৰ প্ৰভাৱ তথা সংস্কৃতি আৰু মহাদেশসমূহৰ মধ্যৱৰ্তী শৰণাৰ্থীৰ দশাৰ আপোচহীন আৰু সহানুভূতিশীল নিৱেশৰ বাবে" তেওঁক ২০২১ চনত সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হয়।[3][4][5]

সাহিত্য সম্পাদনা কৰক

বিষয় সম্পাদনা কৰক

উপন্যাস সম্পাদনা কৰক

  • মেমৰী অব ডিপাৰ্চাৰ (১৯৮৭)[7]
  • পিলগ্ৰিমচ ৱে (১৯৮৮)[8]
  • ডটি (১৯৯০)[9]
  • পেৰাডাইচ (১৯৯৪)[10] (বুকাৰ পুৰস্কাৰ আৰু হুইটব্ৰেড পুৰস্কাৰৰ বাবে মনোনীত[11])
  • এডমাইৰিং চাইলেন্স (১৯৯৬)[12]
  • বাই দ্য চি (২০০১)[10] (বুকাৰ পুৰস্কাৰ আৰু লছ এঞ্জেলছ টাইমছ বুক পুৰস্কাৰৰ বাবে মনোনীত[13])
  • ডেজাৰ্টিয়ান (২০০৫)[14]
  • দ্য লাষ্ট গিফ্ট (২০১১)[15]
  • গ্ৰেভেল হাৰ্ট (২০১৭)[16]
  • আফটাৰলাইভচ (২০২০)[17]

চুটিগল্প সম্পাদনা কৰক

অন্যান্য সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Abdulrazak Gurnah", Literature, British Council.
  2. Gurnah, "A Note on the Author." In Desertion, London: Bloomsbury, 2006, p. 263.
  3. 3.0 3.1 "The Nobel Prize in Literature 2021". NobelPrize.org. 7 October 2021. https://www.nobelprize.org/prizes/literature/2021/summary/। আহৰণ কৰা হৈছে: 7 October 2021. 
  4. 4.0 4.1 Flood, Alison (7 October 2021). "Abdulrazak Gurnah wins the 2021 Nobel prize in literature". The Guardian. https://www.theguardian.com/books/2021/oct/07/abdulrazak-gurnah-wins-the-2021-nobel-prize-in-literature. 
  5. 5.0 5.1 "Nobel Literature Prize 2021: Abdulrazak Gurnah named winner". BBC News. 7 October 2021. https://www.bbc.co.uk/news/entertainment-arts-58828947. 
  6. "Abdulrazak Gurnah" (en-GB ভাষাত). Royal Society of Literature. Archived from the original on 2020-10-10. https://web.archive.org/web/20201010131256/https://rsliterature.org/fellow/abdulrazak-gurnah-3/। আহৰণ কৰা হৈছে: 2021-10-07. 
  7. Hand, Felicity (2015-03-15). "Searching for New Scripts: Gender Roles in Memory of Departure" (en ভাষাত). Critique: Studies in Contemporary Fiction খণ্ড 56 (2): 223–240. doi:10.1080/00111619.2014.884991. ISSN 0011-1619. http://www.tandfonline.com/doi/abs/10.1080/00111619.2014.884991। আহৰণ কৰা হৈছে: 7 October 2021. 
  8. Mirmotahari, Emad (May 2013). "From Black Britain to Black Internationalism in Abdulrazak Gurnah's Pilgrims Way" (en ভাষাত). English Studies in Africa খণ্ড 56 (1): 17–27. doi:10.1080/00138398.2013.780679. ISSN 0013-8398. http://www.tandfonline.com/doi/abs/10.1080/00138398.2013.780679। আহৰণ কৰা হৈছে: 7 October 2021. 
  9. Lewis, Simon (May 2013). "Postmodern Materialism in Abdulrazak Gurnah's Dottie : Intertextuality as Ideological Critique of Englishness" (en ভাষাত). English Studies in Africa খণ্ড 56 (1): 39–50. doi:10.1080/00138398.2013.780680. ISSN 0013-8398. 
  10. 10.0 10.1 Kohler, Sophy (2017-05-04). "'The spice of life': trade, storytelling and movement in Paradise and By the Sea by Abdulrazak Gurnah" (en ভাষাত). Social Dynamics খণ্ড 43 (2): 274–285. doi:10.1080/02533952.2017.1364471. ISSN 0253-3952. 
  11. "Nobel Prize in Literature 2021: Abdulrazak Gurnah honoured" (en ভাষাত). The Irish Times. 2021-10-07. https://www.irishtimes.com/culture/books/nobel-prize-in-literature-2021-abdulrazak-gurnah-honoured-1.4693669. 
  12. Olaussen, Maria (May 2013). "The Submerged History of the Indian Ocean in Admiring Silence" (en ভাষাত). English Studies in Africa খণ্ড 56 (1): 65–77. doi:10.1080/00138398.2013.780682. ISSN 0013-8398. 
  13. "Abdulrazak Gurnah" (en ভাষাত). Booker Prize. https://thebookerprizes.com/the-booker-library/authors/abdulrazak-gurnah। আহৰণ কৰা হৈছে: 2021-10-07. 
  14. Mars-Jones, Adam (2005-05-15). "It was all going so well" (en ভাষাত). The Observer. http://www.theguardian.com/books/2005/may/15/fiction.features1। আহৰণ কৰা হৈছে: 2021-10-07. 
  15. Kaigai, Kimani (May 2013). "At the Margins: Silences in Abdulrazak Gurnah's Admiring Silence and The Last Gift" (en ভাষাত). English Studies in Africa খণ্ড 56 (1): 128–140. doi:10.1080/00138398.2013.780688. ISSN 0013-8398. 
  16. Bosman, Sean James (2021-07-03). "'A Fiction to Mock the Cuckold': Reinvigorating the Cliché Figure of the Cuckold in Abdulrazak Gurnah's By the Sea (2001) and Gravel Heart (2017)" (en ভাষাত). Eastern African Literary and Cultural Studies খণ্ড 7 (3): 176–188. doi:10.1080/23277408.2020.1849907. ISSN 2327-7408. 
  17. Mengiste, Maaza (2020-09-30). "Afterlives by Abdulrazak Gurnah review – living through colonialism" (en ভাষাত). The Guardian. http://www.theguardian.com/books/2020/sep/30/afterlives-by-abdulrazak-gurnah-review-living-through-colonialism। আহৰণ কৰা হৈছে: 2021-10-07. 

উৎস সম্পাদনা কৰক

লগতে পঢ়ক সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক