দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন
দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন (ইংৰাজী: Association of Southeast Asian Nations) বা চমুলৈ এচিয়েন (ASEAN)[4] (ASEAN /ˈɑːsi.ɑːn/ ah-see-ahn,[5] /ˈɑːzi.ɑːn/ ah-zee-ahn)[6][7] ১০খন দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংগঠন বা সংস্থা। ১৯৬৭ চনৰ ৮ আগষ্টত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ডে এই সংগঠনটোৰ প্ৰতিষ্ঠা কৰে। ক[8] পিছলৈ ব্ৰুনেই, কম্বোডিয়া, লাওছ, বাৰ্মা আৰু ভিয়েটনামকো সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এচিয়েনৰ মূল লক্ষ্য হৈছে সদস্য ৰাষ্ট্ৰকেইখনৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি তথা সমাজ-সাংস্কৃতিক বিৱৰ্ত্তন, আঞ্চলিক শান্তি আৰু স্থিৰতা আৰু সদস্য ৰাষ্ট্ৰসমূহৰ ভিন্নতা সম্পৰ্কে আলোচনা কৰাৰ শান্তিপূৰ্ণ সুযোগ।[9][10]
দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন Association of Southeast Asian Nations |
||
---|---|---|
নীতিবাক্য "One Vision, One Identity, One Community"[1] |
||
সঙ্গীত The ASEAN Way |
||
মুখ্য কাৰ্যালয় | জাকাৰ্টা, ইণ্ডোনেছিয়াa | |
কাৰ্যকৰী ভাষা |
|
|
সদস্য | ১০খন দেশ ২খন নীৰিক্ষক দেশ |
|
ৰাষ্ট্ৰনেতা (বৃন্দ) | ||
- | সাধাৰণ সম্পাদক | Lê Lương Minh[2] |
- | সাম্প্ৰতিক এচিয়েন আসন | মালয়েছিয়া |
প্ৰতিষ্ঠাকাল | ||
- | বেংকক ঘোষণা | ৮ আগষ্ট ১৯৬৭ |
- | এচিয়েন চাৰ্টাৰ | ১৬ ডিচেম্বৰ ২০০৮ |
মাটিকালি | ||
- | মুঠ | ৪৪,৭৯,২১০.৫ বৰ্গ কিমি ২৭,৭৮,১২৪.৭ বৰ্গ মাইল |
জনসংখ্যা | ||
- | ২০১১ আনুমানিক | ৬০,২৬,৫৮,০০০ |
জিডিপি (পিপিপি) | ২০১১ আনুমানিক | |
- | মুঠ | ৩৫,৭৪০ কোটি আমেৰিকান ডলাৰ[3] |
- | জনমুৰি | ৫,৯৩০ আমেৰিকান ডলাৰ |
জিডিপি (নামমাত্ৰ) | ২০১৩ আনুমানিক | |
- | মুঠ | ২৪,০৩০ কোটি আমেৰিকান ডলাৰ |
- | জনমুৰি | ৩,৯০৯ আমেৰিকান ডলাৰ |
মানৱ উন্নয়ন সূচক (২০১৩) | 0.669 | |
মুদ্ৰা | ||
সময় অঞ্চল | এচিয়ান উমৈহতীয়া সময়মান (ইউটিচি+9 to +6:30) | |
ইণ্টাৰনেট টিএলডি | ||
ৱেবচাইট |
||
কলিং ক'ড | + |
এচিয়েন দেশসমূহে মুঠ ৪ কোটি ৪০ লাখ বৰ্গ কি:মি: মাটিকালি অৰ্থাৎ বিশ্বৰ ভূমিভাগৰ ৩% আগুৰি আছে। এই দেশসমূহৰ অধ্যুষিত পানীভাগ এই মাটিকালিৰ প্ৰায় তিনিগুণ। দেশকেইখনৰ সৰ্বমুঠ জনসংখ্যা প্ৰায় ৬১ কোটি ৭০ লাখ আৰু এয়া পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ ৮.৮%। ২০১২ চনৰ হিচাপমতে এচিয়েনৰ সন্মিলিত মুঠ ঘৰুৱা উৎপাদন ২৩ হাজাৰ কোটি আমেৰিকান ডলাৰতকৈয়ো অধিক বৃদ্ধি পাইছে। এচিয়েন দেশসমূহক একেখন ৰাষ্ট্ৰ বুলি ধৰিলে এচিয়েনৰ অৰ্থনীতিৰ স্থান হ’ব বিশ্বৰ ভিতৰত সপ্তম।[11]
এচিয়েন তিনিটা মূল স্তম্ভৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে:[4] এচিয়েন পলিটিকেল-চিকিউৰিটী কমিউনিটি বা চমুকৈ এ.পি.এচ.চি.,[12] এচিয়েন ইক’নমিক কমিউনিটী বা চমুকৈ এ.ই.চি.,[13] আৰু এচিয়েন চছিঅ’-কালচাৰেল কমিউনিটী বা চমুকৈ এ.এচ.চি.চি.।[14]
২০৩০ চনৰ ফিফা বিশ্বকাপ আয়োজনৰ আবেদন
সম্পাদনা কৰকজানুৱাৰী ২০১১: লম্বক সভাত এচিয়েন বৈদেশিক মন্ত্ৰীসকল মিলিত হৈ একক ৰাষ্ট্ৰ হিচাপে ২০৩০ চনৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰিবলৈ প্ৰস্তাৱ দিবৰ বাবে সিন্ধান্ত গ্ৰহণ কৰে।[15]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Aseanweb – Asean Motto". Asean.org. Archived from the original on 28 July 2011. https://web.archive.org/web/20110728004509/http://www.asean.org/22773.htm। আহৰণ কৰা হৈছে: 8 August 2011.
- ↑ "Vietnam's Minh is new ASEAN secretary general". Manila Times. 3 January 2013. http://www.manilatimes.net/index.php/news/top-stories/38537-vietnam-s-minh-is-new-asean-secretary-general.
- ↑ "IMF DataMapper". Imf.org. 4 December 1999. Archived from the original on 23 July 2011. http://www.imf.org/external/datamapper/index.php। আহৰণ কৰা হৈছে: 8 August 2011.
- ↑ 4.0 4.1 "Overview". Association of Southeast Asian NationsASEAN. http://www.asean.org/asean/about-asean/overview। আহৰণ কৰা হৈছে: 15 February 2015.
- ↑ "How do you say ASEAN?". VOAVoice of America Pronunciation Guide. http://names.voa.gov/phrasedetail.php?name=ASEAN। আহৰণ কৰা হৈছে: 10 February 2015.
- ↑ "NLS/BPH: Other Writings, The ABC Book, A Pronunciation Guide". 8 May 2006. Archived from the original on 12 January 2009. http://www.loc.gov/nls/other/ABC.html। আহৰণ কৰা হৈছে: 12 January 2009.
- ↑ Asean.org, ASEAN-10: Meeting the Challenges, by Termsak Chalermpalanupap, Asean.org, ASEAN Secretariat official website. Retrieved 27 June 2008.
- ↑ Bangkok Declaration. Wikisource. Retrieved 14 March 2007.
- ↑ "ASEAN Notional Calendar 2015". ASEANasean.org. Archived from the original on 4 September 2015. https://web.archive.org/web/20150904103519/http://www.asean.org/images/2015/January/national_calender/ASEAN%20Notional%20Calendar%202015%20as%20of%2023%20January%202015.pdf। আহৰণ কৰা হৈছে: 7 February 2015.
- ↑ Long, Simon (20 November 2014). "Asia: Safety in Numbers". The Economist (The World in 2015). http://www.economist.com/news/21631940-asean-invites-comparison-eu-safety-numbers। আহৰণ কৰা হৈছে: 8 February 2015.
- ↑ ASEAN Community in Figures ACIF 2013. প্ৰকাশক Jakarta: ASEAN Secretariat. Feb 2014. ISBN 978-602-7643-73-4. Archived from the original on 4 September 2015. https://web.archive.org/web/20150904103519/http://www.asean.org/images/resources/2014/May/2.%20Feb%202014%20-%20ASEAN%20Community%20in%20Figures%202013.pdf। আহৰণ কৰা হৈছে: 11 February 2015.
- ↑ Fact Sheet ASEAN Political-Security Community (APSC). প্ৰকাশক Jakarta: ASEAN Secretariat. Jun 2013. ISBN 978-602-7643-49-9. Archived from the original on 4 September 2015. https://web.archive.org/web/20150904103519/http://www.asean.org/images/2013/factsheet/2013%20(6.%20Jun)%20-%20APSC.pdf। আহৰণ কৰা হৈছে: 15 February 2015.
- ↑ Fact Sheet ASEAN Economic Community (AEC). প্ৰকাশক Jakarta: ASEAN Secretariat. Jun 2013. ISBN 978-602-7643-50-5. Archived from the original on 4 September 2015. https://web.archive.org/web/20150904103519/http://www.asean.org/images/2013/factsheet/2013%20(6.%20Jun)%20-%20AEC.pdf। আহৰণ কৰা হৈছে: 15 February 2015.
- ↑ Fact Sheet of ASEAN Socio-Cultural Community (ASCC). প্ৰকাশক Jakarta: ASEAN Secretariat. Jun 2013. ISBN 978-602-7643-51-2. Archived from the original on 4 September 2015. https://web.archive.org/web/20150904103519/http://www.asean.org/images/2013/factsheet/2013%20(6.%20Jun)%20-%20ASCC.pdf। আহৰণ কৰা হৈছে: 15 February 2015.
- ↑ Challenges to ASEAN's bid to host W. Cup http://www.thejakartapost.com/print/302457 Archived 2011-05-15 at the Wayback Machine