ভুৱন বাম
ভাৰতীয় ইউটিউবাৰ
(Bhuvan Bamৰ পৰা পুনঃনিৰ্দেশিত)
ভুৱন অভনীন্দ্ৰ শংকৰ বাম (জন্ম ২২ জানুৱাৰী ১৯৯৪) ভাৰতৰ দিল্লীৰ এজন ভাৰতীয় কমেডিয়ান, লেখক, গায়ক, গীতিকাৰ, আৰু ইউটিউব ব্যক্তিত্ব। ইউটিউবত BB Ki Vines নামৰ কমেডী চেনেলটোৰ বাবে তেওঁ পৰিচিত।
ভুৱন বাম | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১৯ত ভুৱন বাম | |||||||||||||
ব্যক্তিগত তথ্য | |||||||||||||
জন্ম | ২২ জানুৱাৰী, ১৯৯৪ (৩০ বছৰ) | ||||||||||||
শিক্ষা | শ্বহীদ ভগত সিং মহাবিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় (বি এ ইতিহাস) | ||||||||||||
জীৱিকা |
| ||||||||||||
ইউটিউবৰ তথ্য | |||||||||||||
চেনেলসমূহ | BB Ki Vines | ||||||||||||
সক্ৰিয় হৈ থকা সময় | ২০১৫–বৰ্তমান | ||||||||||||
প্ৰকাৰ | কমেডি | ||||||||||||
চাবস্ক্ৰাইবাৰৰ সংখ্যা | ২৫.৪ মিলিয়ন | ||||||||||||
সৰ্বমুঠ দৰ্শন | ৪.২৫ বিলিয়ন | ||||||||||||
| |||||||||||||
২৩ এপ্ৰিল,২০২২-ৰ তথ্য |
মহাৰাষ্ট্ৰীয় বামে ১৯৯৪ চনৰ ২২ জানুৱাৰীত গুজৰাটৰ বদোদৰাত জন্মগ্ৰহণ কৰিছিল অভনীন্দ্ৰ আৰু পদ্ম বামৰ ঘৰত।[1] পিছলৈ তেওঁৰ পৰিয়াল দিল্লীলৈ গুচি যায়। দিল্লীৰ গ্ৰীণ ফিল্ডছ স্কুলত পঢ়া-শুনা কৰি দিল্লী বিশ্ববিদ্যালয়ৰ শ্বহীদ ভগত সিং মহাবিদ্যালয়ৰ পৰা বুৰঞ্জীত স্নাতক ডিগ্ৰী লাভ কৰে। কভিদ-১৯ মহামাৰীত বামৰ মাক-দেউতাকৰ ২০২১ চনত মৃত্যু হয়।[2]
কভিদ-১৯ মহামাৰীত বামৰ মাক-দেউতাকৰ ২০২১ চনত মৃত্যু হয়।[3]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ BBC News Hindi (28 June 2019), Bhuvan Bam अपने YouTube चैनल BB Ki Vines से कितना पैसा कमाते हैं? (BBC Hindi), https://www.youtube.com/watch?v=jnzrQ_DfPas&app=desktop, আহৰণ কৰা হৈছে: 29 June 2019
- ↑ "Youtube star Bhuvan Bam: Students need to know that there is a life #BeyondMarks". 24 May 2017. https://www.hindustantimes.com/more-lifestyle/youtube-star-bhuvan-bam-students-need-to-know-that-there-is-a-life-beyondmarks/story-tG3LVzv5Y4UQmZGYCRITpI.html.
- ↑ "Bhuvan Bam loses parents to Covid-19: 'Will have to learn to live again. Don't want to'" (en ভাষাত). Hindustan Times. 12 June 2021. https://www.hindustantimes.com/entertainment/others/bhuvan-bam-loses-parents-to-covid-19-will-have-to-learn-to-live-again-don-t-want-to-101623506166853.html। আহৰণ কৰা হৈছে: 12 June 2021.