২২ জানুৱাৰী
তাৰিখ
২২ জানুৱাৰী (ইংৰাজী: 22 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
জন্মসম্পাদনা কৰক
- দেশভক্ত তৰুণৰাম ফুকনৰ জন্ম হৈছিল ১৮৭৭ চনৰ আজিৰ দিনটোতে।
- চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাৰ জন্ম হৈছিল ১৯২৭ চনৰ আজিৰ দিনটোতে।
- ১৫৬১ চনৰ আজিৰ দিনটোতে ইংৰাজ সাহিত্যিক ফ্ৰান্সিছ বেকনৰ জন্ম হয়।
- ইংৰাজ কবি বায়ৰনৰ জন্ম হয় ১৭৮৮ চনৰ আজিৰ দিনটোতে। তেওঁৰ সম্পূৰ্ণ নাম জৰ্জ গৰ্ডন।
মৃত্যুসম্পাদনা কৰক
- বিশিষ্ট সংগীতশিল্পী দিলীপ চৌধুৰীৰ মৃত্যু হয় ২০০৬ চনৰ আজিৰ দিনটোতে।
- আজিৰ দিনটোতে ১৯০১ চনত ৰাণী ভিক্টোৰিয়াৰ মৃত্যু হয়।
- ১৯৬৩ চনৰ আজিৰ দিনটোতে দৃষ্টিহীনসকলৰ বাবে জাতীয় গ্ৰন্থগাৰ প্ৰতিষ্ঠা কৰা হয়।
- মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু হয় ১৬৬৬ চনৰ আজিৰ দিনটোতে।
- ১৯৯৬ চনৰ আজিৰ দিনটোতে দুৰ্গেশ্বৰ বৰঠাকুৰৰ মৃত্যু হৈছিল।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২১ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |