সাঁচ:আদৰণি

(সাঁচ:Welcomeৰ পৰা পুনঃনিৰ্দেশিত)

নতুন সদস্যক আদৰণি জনাওক

পুৰণি সদস্যসকললৈ অনুৰোধ: অনুগ্ৰহ কৰি নতুন সদস্যসকলে যোগদান কৰাৰ লগে লগে তেখেতৰ বাৰ্তা পৃষ্ঠাত তলৰ সাঁচটো প্ৰথমতেই সুমুৱাই দিয়ে যেন:


{{subst:আদৰণি}}

বা

{{subst:আদৰণি|নাম= শ্ৰী অমুক}}


তেতিয়া এনে দেখা যাব লাগে:



লগতে ব্যক্তিগত একলম লিখি দিলে ভাল। একাধিক সদস্যই এনে ব্যক্তিগত বাৰ্তা দিলে সোণত সুৱগা চৰিব। (পাচত লিখাসকলে সাঁচটো আকৌ নিদিয়ে যেন।)