ৱিকিমেনিয়া

(Wikimaniaৰ পৰা পুনঃনিৰ্দেশিত)

ৱিকিমেনিয়া (ইংৰাজী: Wikimania) হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ৱিকি প্ৰকল্পসমূহ (ষেনে ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহ)-ৰ ব্যৱহাৰকাৰী আৰু সদস্যসকলৰ বাবে আয়োজিত এখন বাৰ্ষিক আন্তৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত মূলতঃ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰকল্পসমূহ, অন্য ৱিকি, মুক্ত উৎসৰ ছফ্টৱেৰ, মুক্ত জ্ঞান আৰু মুক্ত সমল, আৰু এই বিষয়সমূহৰ লগত জড়িত বিভিন্ন সামাজিক আৰু কাৰিকৰী দিশবোৰৰ বিষয়ে আলোচনা কৰা হয়।

ৱিকিমেনিয়া
ৱিকিমেনিয়া logo
স্থিতি সক্ৰিয়
অৱস্থান হংকং, চীন (২০১৩)
ৱাছিংটন ডি চি, আমেৰিকা (২০১২)
হাইফা, ইজৰাইল (২০১১)
গডনস্ক, পোলেণ্ড (২০১০)
বুয়েনোচ আইৰেচ, আৰ্জেণ্টিনা (২০০৯)
আলেকজেন্দ্ৰিয়া, ইজিপ্ত (২০০৮)
টাইপেই, টাইৱান (২০০৭)
কেম্ব্ৰিজ, মাছুচেটাচ (২০০৬)
ফ্ৰেংফুট, জাৰ্মানী (২০০৫)
প্ৰথম সন্মিলন ২০০৫
আয়োজক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
আধিকাৰিক ৱেবছাইট wikimania.wikimedia.org

সন্মিলনসমূহ সম্পাদনা কৰক

ৱিকিমেনিয়া সন্মিলনসমূহ
সন্মিলন তাৰিখ স্থান মহাদেশ উপস্থিতি প্ৰেজেণ্টেচনবোৰৰ সংগ্ৰহ
ৱিকিমেনিয়া ২০০৫ ৫-৭ আগষ্ট   ফ্ৰেংফুট, জাৰ্মানী  

   

380[1]
স্লাইড, ভিডিঅ’
ৱিকিমেনিয়া ২০০৬ ৪-৬ আগষ্ট   কেম্ব্ৰিজ, আমেৰিকা যুক্তৰাষ্ট্ৰ  

   

400[2]
স্লাইড আৰু পেপাৰ, ভিডিঅ’
ৱিকিমেনিয়া ২০০৭ ৩-৪ আগষ্ট   টাইপাই, টাইৱান  

   

440[3]
কমন্সত গেলাৰী
ৱিকিমেনিয়া ২০০৮ ১৭-১৯ জুলাই   আলেকজেন্দ্ৰিয়া, ইজিপ্ত  

   

625[উদ্ধৃতিৰ প্ৰয়োজন]
সাৰাংশ, স্লাইড,ভিডিঅ’
ৱিকিমেনিয়া 2009 ২৬-২৮ আগষ্ট   বুয়েনোচ আইৰেচ, আৰ্জেণ্টিনা  

   

559[4]
স্লাইড, ভিডিঅ’
ৱিকিমেনিয়া ২০১০ ৯-১১ জুলাই   গডনস্ক, পোলেণ্ড  

   

about 500[5]
স্লাইড
ৱিকিমেনিয়া ২০১১ ৪-৭ আগষ্ট   হাইফা, ইজৰাইল  

   

720[6]
স্লাইড, ভিডিঅ’
ৱিকিমেনিয়া ২০১২ ১২-১৫ জুলাই   ৱাছিংটন ডি চি, আমেৰিকা যুক্তৰাষ্ট্ৰ  
ৱিকিমেনিয়া ২০১৩ ৭-১১ আগষ্ট   হংকং, চীন  

ফটো গেলাৰী সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক