অনুপমা বসুমতাৰী (ইংৰাজী: Anupama Basumatary)[1] হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।

অনুপমা বসুমতাৰী
জন্ম ৫ জুলাই, ১৯৬০ (৬৩ বছৰ)
দৰংগিৰি, গোৱালপাৰা জিলা, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৯৬০ চনৰ ৫ জুলাই তাৰিখে গোৱালপাৰা জিলাৰ দৰংগিৰি অঞ্চলত অনুপমা বসুমতাৰী জন্ম হয়।[2]

শিক্ষা সম্পাদনা কৰক

চাকৰি জীৱন সম্পাদনা কৰক

ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী কৰ্মচাৰী।

সাহিত্যৰাজি সম্পাদনা কৰক

কবিতাপুথি[2][3] সম্পাদনা কৰক

  • ৰূপালী ৰাতিৰ ঘাট। (১৯৯৪)
  • অনুভবৰ বিষণ্ণ প্ৰান্তৰ। (১৯৯৯)
  • দুখ আৰু প্ৰেমৰ মোহনাত। (২০০১)
  • শীতৰ ৰাতি অনুৰাগ। (অনূদিত,২০০৫)
  • ফাগুনৰ দুখৰ গধূলী। (২০০৭)
  • তোমাৰ শুভকামনাৰে। (২০০৮)
  • চিয়াং সীমান্তত বতাহৰ অকেষ্টা। (২০১১)
  • প্ৰেমৰ ইম্প্ৰেছনিষ্ট লেণ্ডস্কেপ। (২০১৩)
  • বলুকাত মৰমৰ সাগৰ। (২০১৩)
  • মই প্ৰায়ে ঋতুৰ সৈতে আলাপ কৰো। (২০১৪)

ভ্ৰমণমূলক গ্ৰন্থ[2] সম্পাদনা কৰক

  • চীনদেশৰ মধুৰ স্মৃতি সোৱৰি(২০১১)
  • ব্ৰিটেইনলৈ এক আন্তৰিক যাত্ৰা(২০১৩)

বঁটা আৰু সন্মান[2] সম্পাদনা কৰক

  • কাব্যকৃতিৰ স্বীকৃতি হিচাপে তেওঁ ভাৰতীয় ভাষা পৰিষদৰ পৰা ঈশান সন্মান আৰু গিৰিৱালা চৌধুৰী স্মাৰক ন্যাস সাহিত্য বঁটা লাভ কৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. http://www.anupamabasumatary.com/i-am-a-poet-and-love-to-travel/
  2. 2.0 2.1 2.2 2.3 2.4 2.5 সম্প: ৰাজখোৱা, অৰবিন্দ (২০১৯). সাম্প্ৰতিক কবিতা. নিৰীক্ষণ প্ৰকাশন. পৃষ্ঠা. ৫৪. 
  3. http://www.anupamabasumatary.com/my-books/