অভয়াপুৰী মহাবিদ্যালয়

অসমৰ মহাবিদ্যালয়

অভয়াপুৰী মহাবিদ্যালয় (ইংৰাজী: Abhayapuri College) হৈছে অভয়াপুৰী চহৰত অৱস্থিত নামনি অসমৰ আটাইতকৈ পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন। মহাবিদ্যালয়খন ১৯৫৫ চনৰ ১৩ আগষ্টত প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান মহাবিদ্যালয়খনত বিজ্ঞান আৰু কলা দুটা শাখা আছে আৰু এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

অভয়াপুৰী মহাবিদ্যালয়
স্থাপিত ১৯৫৫ (৬৯ বছৰ  আগতে) (1955)
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° এছ নাথ
স্থান অভয়াপুৰী, অসম, ভাৰত
ভুক্তি Gauhati University
ৱেবছাইট www.abhayapuricollege.in

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Archived copy". Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 2 October 2015. 

বাহ্যিক সংযোগ সম্পাদনা কৰক