অমিয় কুমাৰ ভূঞা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
অমিয় কুমাৰ ভূঞা এজন ভাৰতীয় ৰাজনীতিবিদ। [1]তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনত বিহপুৰীয়া (বিধান সভা সমষ্টি)ৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হয়।[1]
অমিয় কুমাৰ ভূঞা | |
---|---|
পূৰ্বসূৰী | দেবানন্দ হাজৰিকা |
অসম বিধানসভাৰ সদস্য | |
সমষ্টি | বিহপুৰীয়া |
ব্যক্তিগত তথ্য | |
ৰাজনৈতিক দল | বিজেপি |
দাম্পত্যসঙ্গী | ৰঞ্জনা শইকীয়া |
বাসস্থান | লখিমপুৰ, অসম |
জন্ম আৰু শিক্ষা
সম্পাদনা কৰকঅমিয় কুমাৰ ভূঞাৰ জন্ম উজনি অসমৰ লখিমপুৰ জিলাৰ হৈছিল। তেওঁৰ পিতৃৰ নাম পূৰ্ণকান্ত ভূঞা। ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। পিছত, ২০০২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ ২০০৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল।[2] তেখেত সদৌ অসম ছাত্ৰ সন্থা প্ৰাক্তন সাধাৰণ সম্পাদক ৷