অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা
অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা হৈছে যৌনাংগৰ বাদে শৰীৰৰ কোনো বিশেষ অংগৰ প্ৰতি গঢ় লোৱা যৌন আগ্ৰহ।[1][2][3] আমেৰিকান মনোবৈজ্ঞানিক সংস্থা DSM-5 য়ে মানুহৰ এনে আগ্ৰহক ফেটিচিষ্টিক বিকাৰগ্ৰস্ততাৰ এটা ভাগ বুলি কৈছে যদিহে এই আগ্ৰহ ব্যক্তি এজনৰ বাবে গুৰুত্বৰ মনোসামাজিক সংকটৰ কাৰণ হৈ পৰে বা ই ব্যক্তি জীৱনৰ মহত্ত্বপূৰ্ণ ক্ষেত্ৰত ক্ষতিকাৰক ৰূপত প্ৰভাৱ বিস্তাৰ কৰে। DSM-IV ত ইয়াক এক সুকীয়া বিকাৰ হিচাপে জ্ঞান কৰা হৈছিল, কিন্তু, DSM-5 ৰ দ্বাৰা ইয়াক ফেটিচিষ্টিক বিকাৰগ্ৰস্ততাৰে একত্ৰীকৰণ কৰা হয়।[1] এনে আগ্ৰহ দেখুওৱা ব্যক্তিৰ বাবে কেতিয়াবা কেতিয়াবা তেওঁৰ পচন্দৰ শাৰীৰিক অংগ যৌনাংগৰ সমান বা তাতকৈয়ো অধিক যৌন আকৰ্ষক হ'ব পাৰে।[4]
বিপৰীতকমি, উভকামি আৰু সমকামি ব্যক্তিৰ অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা হ'ব পাৰে[5][6]। ভৰি এনে দৰ্শনোদ্ভৱ উত্তেজনাৰ এক বিশেষ সাধাৰণ অংগ বিবেচিত হৈছে।[7][8]
প্ৰকাৰ
সম্পাদনা কৰকমানুহৰ মাজত সততে দেখা পোৱা অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনাসমূহ:[2][7][9][10][11]
মান্য নাম | প্ৰচলিত নাম | উত্তেজনাৰ উৎস |
---|---|---|
পদফিলিয়া | ফুট ফেটিচ | ভৰিৰ নিম্নাংশ |
অকিউল'ফিলিয়া | আই ফেটিচ | চকু |
মাচালেগনিয়া | আৰ্মপিট ফেটিচ | কাষলটি |
মেজ'ফিলিয়া | ব্ৰেষ্ট ফেটিচ | স্তন |
পাইগ'ফিলিয়া | বাটকচ ফেটিচ | নিতম্ব |
নেচ'ফিলিয়া | নোজ ফেটিচ | নাক |
ট্ৰিক'ফিলিয়া | হেয়াৰ ফেটিচ | চুলি |
এলভিন'ফিলিয়া | নাভেল/বেলি বাটন ফেটিচ | নাভি |
এলভিন'লেগনিয়া | বেলি/ষ্ট'মাক ফেটিচ | উদৰ |
চিৰ'ফিলিয়া | হেণ্ড ফেটিচ | হাত |
ক্ৰুৰ'ফিলিয়া | লেগ ফেটিচ | ভৰি |
কাণৰ'ফেটিচিজম | কাণ ফেটিচ | কাণ |
তথ্যউৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 American Psychiatric Association (2013). Diagnostic and Statistical Manual of Mental Disorders American Psychiatric Association (5th সম্পাদনা). প্ৰকাশক Arlington: American Psychiatric Publishing. পৃষ্ঠা. 700–701. ISBN 978-0890425558. https://archive.org/details/diagnosticstatis0005unse/page/700.
- ↑ 2.0 2.1 Edlin, Gordon; Golanty, Eric (2011). Human Sexuality: The Basics. Jones & Bartlett Publishers. ISBN 9780763736521. https://books.google.com/books?id=cx2SxKD2XlQC&q=navel+partialism&pg=PA6। আহৰণ কৰা হৈছে: 2013-03-14.
- ↑ Milner, J. S., & Dopke, C. A. (1997). Paraphilia Not Otherwise Specified: Psychopathology and theory. In D. R. Laws and W. O'Donohue (Eds.), Sexual deviance: Theory, assessment, and treatment. New York: Guilford.
- ↑ Kunjukrishnan, R., Pawlak, A., & Varan, L R. (1988). The clinical and forensic psychiatric issues of retifism. Canadian Journal of Psychiatry, 33, 819–825.
- ↑ Weinberg, M. S., Williams, C. J., & Calhan, C. (1994). Homosexual foot fetishism. Archives of Sexual Behavior, 23, 611–626.
- ↑ Weinberg, M. S., Williams, C. J., & Calhan, C. (1995). "If the shoe fits...": Exploring male homosexual foot fetishism. The Journal of Sex Research, 32, 17–27.
- ↑ 7.0 7.1 "Exploring those secret turn-ons - Get your freak on!". Jamaica-gleaner.com. 2008-05-31. Archived from the original on 2013-06-17. https://web.archive.org/web/20130617202117/http://jamaica-gleaner.com/gleaner/20080531/features/features7.html। আহৰণ কৰা হৈছে: 2013-03-14.
- ↑ Bering, Jesse. "Partial for Protuberant: The Man Who Was Into 'Outies'". Scientific American. http://blogs.scientificamerican.com/bering-in-mind/2013/07/29/partial-for-protuberant-the-man-who-was-into-outies/। আহৰণ কৰা হৈছে: 4 August 2013.
- ↑ SPECIFIC BODY PART FETISH Archived 2012-04-26 at the Wayback Machine
- ↑ "Archived copy". Archived from the original on 2012-04-26. https://web.archive.org/web/20120426091319/http://www.legsandheels.com/dcforum/DCForumID1/7.html। আহৰণ কৰা হৈছে: 2012-01-04.
- ↑ Aggrawal, Anil (2009). Forensic and medico-legal aspects of sexual crimes and unusual sexual practices. প্ৰকাশক Boca Raton, Florida: CRC Press. পৃষ্ঠা. 121. ISBN 978-1420043099. https://books.google.com/books?id=uNkNhPZQprcC&q=navel। আহৰণ কৰা হৈছে: 6 July 2014.