অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা

অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা হৈছে যৌনাংগৰ বাদে শৰীৰৰ কোনো বিশেষ অংগৰ প্ৰতি গঢ় লোৱা যৌন আগ্ৰহ।[1][2][3] আমেৰিকান মনোবৈজ্ঞানিক সংস্থা DSM-5 য়ে মানুহৰ এনে আগ্ৰহক ফেটিচিষ্টিক বিকাৰগ্ৰস্ততাৰ এটা ভাগ বুলি কৈছে যদিহে এই আগ্ৰহ ব্যক্তি এজনৰ বাবে গুৰুত্বৰ মনোসামাজিক সংকটৰ কাৰণ হৈ পৰে বা ই ব্যক্তি জীৱনৰ মহত্ত্বপূৰ্ণ ক্ষেত্ৰত ক্ষতিকাৰক ৰূপত প্ৰভাৱ বিস্তাৰ কৰে। DSM-IV ত ইয়াক এক সুকীয়া বিকাৰ হিচাপে জ্ঞান কৰা হৈছিল, কিন্তু, DSM-5 ৰ দ্বাৰা ইয়াক ফেটিচিষ্টিক বিকাৰগ্ৰস্ততাৰে একত্ৰীকৰণ কৰা হয়।[1] এনে আগ্ৰহ দেখুওৱা ব্যক্তিৰ বাবে কেতিয়াবা কেতিয়াবা তেওঁৰ পচন্দৰ শাৰীৰিক অংগ যৌনাংগৰ সমান বা তাতকৈয়ো অধিক যৌন আকৰ্ষক হ'ব পাৰে।[4]

কাষলটি, বক্ষস্থল, নিতম্ব, নাভি, হাত, চুলি আৰু ভৰি আদি হৈছে বিশেষ সাধাৰণ দৰ্শনোদ্ভৱ উত্তেজক অংগ

বিপৰীতকমি, উভকামি আৰু সমকামি ব্যক্তিৰ অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা হ'ব পাৰে[5][6]। ভৰি এনে দৰ্শনোদ্ভৱ উত্তেজনাৰ এক বিশেষ সাধাৰণ অংগ বিবেচিত হৈছে।[7][8]

প্ৰকাৰ সম্পাদনা কৰক

মানুহৰ মাজত সততে দেখা পোৱা অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনাসমূহ:[2][7][9][10][11]

মান্য নাম প্ৰচলিত নাম উত্তেজনাৰ উৎস
পদফিলিয়া ফুট ফেটিচ ভৰিৰ নিম্নাংশ
অকিউল'ফিলিয়া আই ফেটিচ চকু
মাচালেগনিয়া আৰ্মপিট ফেটিচ কাষলটি
মেজ'ফিলিয়া ব্ৰেষ্ট ফেটিচ স্তন
পাইগ'ফিলিয়া বাটকচ ফেটিচ নিতম্ব
নেচ'ফিলিয়া নোজ ফেটিচ নাক
ট্ৰিক'ফিলিয়া হেয়াৰ ফেটিচ চুলি
এলভিন'ফিলিয়া নাভেল/বেলি বাটন ফেটিচ নাভি
এলভিন'লেগনিয়া বেলি/ষ্ট'মাক ফেটিচ উদৰ
চিৰ'ফিলিয়া হেণ্ড ফেটিচ হাত
ক্ৰুৰ'ফিলিয়া লেগ ফেটিচ ভৰি

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 American Psychiatric Association (2013). Diagnostic and Statistical Manual of Mental Disorders American Psychiatric Association (5th সম্পাদনা). প্ৰকাশক Arlington: American Psychiatric Publishing. পৃষ্ঠা. 700–701. ISBN 978-0890425558. https://archive.org/details/diagnosticstatis0005unse/page/700. 
  2. 2.0 2.1 Edlin, Gordon; Golanty, Eric (2011). Human Sexuality: The Basics. Jones & Bartlett Publishers. ISBN 9780763736521. https://books.google.com/books?id=cx2SxKD2XlQC&q=navel+partialism&pg=PA6। আহৰণ কৰা হৈছে: 2013-03-14. 
  3. Milner, J. S., & Dopke, C. A. (1997). Paraphilia Not Otherwise Specified: Psychopathology and theory. In D. R. Laws and W. O'Donohue (Eds.), Sexual deviance: Theory, assessment, and treatment. New York: Guilford.
  4. Kunjukrishnan, R., Pawlak, A., & Varan, L R. (1988). The clinical and forensic psychiatric issues of retifism. Canadian Journal of Psychiatry, 33, 819–825.
  5. Weinberg, M. S., Williams, C. J., & Calhan, C. (1994). Homosexual foot fetishism. Archives of Sexual Behavior, 23, 611–626.
  6. Weinberg, M. S., Williams, C. J., & Calhan, C. (1995). "If the shoe fits...": Exploring male homosexual foot fetishism. The Journal of Sex Research, 32, 17–27.
  7. 7.0 7.1 "Exploring those secret turn-ons - Get your freak on!". Jamaica-gleaner.com. 2008-05-31. Archived from the original on 2013-06-17. https://web.archive.org/web/20130617202117/http://jamaica-gleaner.com/gleaner/20080531/features/features7.html। আহৰণ কৰা হৈছে: 2013-03-14. 
  8. Bering, Jesse. "Partial for Protuberant: The Man Who Was Into 'Outies'". Scientific American. http://blogs.scientificamerican.com/bering-in-mind/2013/07/29/partial-for-protuberant-the-man-who-was-into-outies/। আহৰণ কৰা হৈছে: 4 August 2013. 
  9. SPECIFIC BODY PART FETISH Archived 2012-04-26 at the Wayback Machine
  10. "Archived copy". http://www.legsandheels.com/dcforum/DCForumID1/7.html। আহৰণ কৰা হৈছে: 2012-01-04. 
  11. Aggrawal, Anil (2009). Forensic and medico-legal aspects of sexual crimes and unusual sexual practices. প্ৰকাশক Boca Raton, Florida: CRC Press. পৃষ্ঠা. 121. ISBN 978-1420043099. https://books.google.com/books?id=uNkNhPZQprcC&q=navel। আহৰণ কৰা হৈছে: 6 July 2014.