অসমীয়া জাতীয় অভিধান
এই প্ৰবন্ধত উপযুক্ত তথ্যতকৈ বিষয়টোত বিজ্ঞাপন যেন লগা পাঠ্য থকা যেন হে দেখা গৈছে। অনুগ্ৰহ কৰি এনে অসমৰ্থিত ভাষ্য পৰিহাৰ কৰক। |
অসমীয়া জাতীয় অভিধান এখন সামুদায়িক অভিধান[1]। ইয়াত গোৱালপৰীয়া, কামৰূপী, দৰঙী আদি অসমীয়া ভাষাৰ সকলোবোৰ উপভাষা আৰু সিবোৰৰ ঠাল-ঠেঙুলিবোৰৰ শব্দবোৰো সংকলিত হৈছে। ইয়াত চৰ অঞ্চল অৰু চাহ বাগিচাৰ (চাদ্ৰী) ভাষাৰো বহু শব্দ অন্তৰ্ভুক্ত কৰা হৈছে। এই অভিধানত জনজাতীয়, অনা-সংস্কৃতমূলৰ পৰা অহা শব্দবোৰও যথোচিত গুৰুত্ব পাইছে।
অসমীয়া জাতীয় অভিধান | |
---|---|
লেখক | {{{author}}} |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
বিষয় | অভিধান |
প্ৰকাশক | অসম জাতীয় প্ৰকাশ |
প্ৰকাশ | ২০১০ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |