'অভিধান' হৈছে কোনো এটা ভাষাৰ শব্দৰ একত্ৰ সংগ্ৰহ। অভিধান এখনৰ মাজত পদ্ধতি অনুসৰি ভাষাটোৰ মাজত ব্যৱহৃত/অব্যৱহৃত শব্দসমূহক অন্তৰ্ভুক্ত কৰি ৰখা হয়। ইয়াৰ দ্বাৰা ভাষা এটা সঠিক ৰূপত জনাত সহায় হয়।

অভিধান

অসমীয়া ভাষাৰ অভিধান সম্পাদনা কৰক