অহল্যা হৈছে ২০১৫ চনত মুক্তিপ্ৰাপ্ত এখন বঙালী ভাষাৰ ভাৰতীয় চুটিছবি। সুজয় ঘোষে পৰিচালনা কৰা চুটিছবিখনত ৰামায়ণত বৰ্ণিত ইন্দ্ৰ, অহল্যা আৰু গৌতম মুণিৰ এটি কাহিনীক আধুনিকীকৰণ কৰি অন্যধৰণেৰে তুলি ধৰিছে। সৌমিত্ৰ চেটাৰ্জী, ৰাধিকা আপ্টে আৰু তোটা ৰয় চৌধুৰীয়ে চুটিছবিখনৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে।[1]

অহল্যা
পৰিচালক সুজয় ঘোষ
চিত্ৰনাট্য সুজয় ঘোষ
কাহিনী সুজয় ঘোষ
প্ৰযোজক সুজয় ঘোষ
অভিনয়ত সৌমিত্ৰ চেটাৰ্জী
ৰাধিকা আপ্টে
তোটা ৰয় চৌধুৰী
সম্পাদনা নম্ৰতা ৰাও
সংগীত পৰিচালক নাবাৰুণ বসু (আৱহ সংগীত)
প্ৰযোজনা
কোম্পানী
Boundscript Motion Pictures
পৰিবেশক Royal Stag Barrel Select Large Short Films
মুক্তি
২০ জুলাই, ২০১৫
দৈৰ্ঘ্য
১৪ মিনিট
দেশ ভাৰত
ভাষা বঙালী

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

অভিনয়ত সম্পাদনা কৰক

  • অহল্যাৰ চৰিত্ৰত ৰাধিকা আপ্টে
  • গৌতম সাধুৰ চৰিত্ৰত সৌমিত্ৰ চেটাৰ্জী
  • পুলিছ ইন্দ্ৰ সেনৰ চৰিত্ৰত তোটা ৰয় চৌধুৰী
  • অৰ্জুনৰ চৰিত্ৰত আয়ুষ্মান মিত্ৰ

লগতে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক