অৰুণমণি চৌধুৰী
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
অৰুণমণি চৌধুৰী হৈছে বিজ্ঞানৰ উচ্চ শিক্ষাৰে শিক্ষিত অসমৰ এগৰাকী মেধাৱী মহিলা।[1] তেখেত ১৯৫৪ চনৰ পৰা ১৯৮৮ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপে আছিল।[1]
জন্ম আৰু ব্যক্তিগত জীৱন
সম্পাদনা কৰকঅৰুণমণি চৌধুৰীৰ জীৱনসংগী হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ এমেৰিটাছ অধ্যাপক ড০ ভূমিধৰ চৌধুৰী। [2]
শিক্ষা
সম্পাদনা কৰকবেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা চৌধুৰীয়ে ইংলেণ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।[1]
ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাত চৌধুৰীয়ে নিজৰ গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল।[1]
কৰ্ম জীৱন
সম্পাদনা কৰকঅৰুণমণি চৌধুৰীয়ে ১৯৫৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰবক্তা পদত নিযুক্তি লাভ কৰে। কেইবাগৰাকীও গৱেষক ছাত্ৰ ছাত্ৰীৰ তত্বাৱধায়ক হিচাপে আছিল অৰুণমণি চৌধুৰী।[1] তেখেত বিভাগৰ মুৰব্বী অধ্যাপক হয়।১৯৮৮ চনত চৌধুৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে।[1]
তথ্যউৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "বিজ্ঞানৰ জগতত অসমীয়া মহিলা". http://srotaswini.in/#our-volumes। আহৰণ কৰা হৈছে: 27 May 2020.
- ↑ "Noted physicist passes away". ২৮ আগষ্ট, ২০১৯. http://www.assamtribune.com/scripts/mdetails.asp?id=aug2819/city051। আহৰণ কৰা হৈছে: 7 June 2020.[সংযোগবিহীন উৎস]