আছফাক আহমেদ (উৰ্দুঃ اشفاق احمد خان; ২২ আগষ্ট ১৯২৫ – ৭ ছেপ্টেম্বৰ ২০০৪) এগৰাকী পাকিস্তানী লেখক, নাট্যকাৰ আৰু সম্প্ৰচাৰক আছিল।[1][2] উৰ্দু ভাষাত তেওঁ পাকিস্তান দূৰদৰ্শন আৰু ৰেডিঅ’ৰ বাবে উপন্যাস, চুটি গল্প আৰু নাটক লিখিছিল। তেওঁ পাকিস্তানৰ ব্ৰডকাষ্টিং আৰু সাহিত্যিক ঐতিহ্যৰ ক্ষেত্ৰত আগবঢ়োৱা তেওঁৰ উল্লেখযোগ্য সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰপৰা প্ৰাইড অৱ পাৰ্ফমেঞ্চ আৰু চিতাৰা-এ-ইমতিয়াজ বঁটা লাভ কৰিছিল।[3]

আছফাক আহমেদ
اشفاق احمد
জন্ম ২২ আগষ্ট, ১৯২৫
মুকস্তাৰ, পাঞ্জাৱ প্ৰভিন্স, ব্ৰিটিছ ভাৰত
মৃত্যু ৭ ছেপ্টেম্বৰ, ২০০৪ (৭৯ বছৰ)
লাহোৰ, পাঞ্জাৱ, পাকিস্তান
পেচা লেখক, নাট্যকাৰ, বুদ্ধিজীৱী
ৰাষ্ট্ৰীয়তা পাকিস্তানী
ধৰণ কল্প-সাহিত্য, নন-ফিকচন
বিষয় সাহিত্য, দৰ্শন, মনোবিজ্ঞান, সমাজতত্ত্ব
উল্লেখনীয় কৰ্মৰাজি Talqeen Shah, Aik Muhabbat So Afsaney, গডৰিয়া, টুটা কাহানী, Mann Chale Ka Sauda, জাভিয়া, Farhang Istalahaat
উল্লেখযোগ্য বঁটা চিতাৰা-এ-ইমতিয়াজ
প্ৰাইড অৱ পাৰ্ফমেঞ্চ (১৯৭৯)
দাম্পত্যসংগী Bano Qudsia
সন্তান Aneeq Ahmed Khan, Anees Ahmed Khan, Aseer Ahmed Khan

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯২৫ চনৰ ২২ আগষ্ট তাৰিখে ব্ৰিটিছ ভাৰতৰ অধীনৰ পঞ্জাৱৰ মুকস্তাৰৰ মহম্মদ ফৈদৰ এটা পৰম্পৰাগত পাশ্তান পৰিয়ালত তেওঁৰ জন্ম হৈছিল।[1][4][5][6] মুকস্তাৰতে তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল।[4][5][7]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Ashfaq Ahmed remembered Dawn (newspaper), Published 16 September 2009. Retrieved 26 February 2019
  2. "About Ashfaq". Zaviia.com website. http://www.zaviia.com/p/blog-page.html। আহৰণ কৰা হৈছে: 26 February 2019. 
  3. ISLAMABAD: Tributes paid to Ashfaq Ahmed Dawn (newspaper), Published 1 November 2004. Retrieved 25 February 2019
  4. 4.0 4.1 Iqbal, M 1999, Colours of Loneliness, Oxford University Press, p.391
  5. 5.0 5.1 Iqbal, Muzaffar (1999). Colours of loneliness. Oxford University Press. ISBN 9780195778502. https://books.google.com/books?id=f6FjAAAAMAAJ&q=ferozepur। আহৰণ কৰা হৈছে: 13 March 2016. 
  6. "The enigma behind the man". The News International (newspaper). http://jang.com.pk/thenews/jan2011-weekly/nos-09-01-2011/lit.htm#1। আহৰণ কৰা হৈছে: 26 February 2019. , Biography of Ashfaq Ahmed
  7. "Ashfaq Ahmed". Pakistanconnections.com website. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924063342/http://www.pakistanconnections.com/people/detail/370। আহৰণ কৰা হৈছে: 26 February 2019.