৭ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ||
২০২১ |
৭ ছেপ্টেম্বৰ (ইংৰাজী: 7 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫০তম (অধিবৰ্ষত ২৫১তম) দিন। বছৰ শেষ হ'বলৈ ১১৫ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
- ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হয় ১৫৩৩ চনৰ আজিৰ দিনটোতে।
- "অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনা বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগৰ আজি জন্মদিন (১৯১৫ চন)।
- ফৰাচী ঔপন্যাসিক, নাট্যকাৰ, অস্তিত্ববাদী দাৰ্শনিক আলবেয়াৰ কেমুৰ জন্ম হয় ১৯১৩ চনৰ আজিৰ দিনটোত।
মৃত্যুসম্পাদনা কৰক
- ১৯০৭ চনৰ আজিৰ দিনটোতে সাহিত্যত প্ৰথম নোবেল বঁটা বিজয়ী ছালী প্ৰুধ্যোমৰ মৃত্যু হয়।
অন্যান্যসম্পাদনা কৰক
- ১৯৫৬ চনৰ আজিৰ দিনটোতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয়।
- আজিৰ দিনটোতে ১৯৮৮ চনত মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়।
- ১৯৩১ চনৰ আজিৰ দিনটোতে লণ্ডনত ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজেমলত যোগদান কৰে মহাত্মা গান্ধীয়ে।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৭ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |