আজ তক
আজ তক (Aaj Tak; অনুবাদ: আজিলৈকে) হৈছে নতুন দিল্লীস্থিত সংবাদ-গোষ্ঠী লিভিং মিডিয়া গ্ৰুপ (ইণ্ডিয়া টুডে’ গ্ৰুপ)ৰ অধীনস্থ টিভি টুডে’ নেটৱৰ্কৰ মালিকানাধীন আগশাৰীৰ ভাৰতীয় হিন্দী ভাষাৰ বাতৰি চেনেল।[1]
আজ তক
Aaj Tak | |
---|---|
উদ্বোধন | ৩১ ডিচেম্বৰ ২০০০SDTV ১৪ ডিচেম্বৰ ২০১৮ HDTV |
গৰাকী | লিভিং মিডিয়া |
দেশ | ভাৰত |
ভাষা | হিন্দী |
সম্প্ৰচাৰৰ অঞ্চল | ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় |
মুখ্য কাৰ্যালয় | নয়দা, উত্তৰ প্ৰদেশ, ভাৰত |
ভগ্নী কেন্দ্ৰসমূহ | ইণ্ডিয়া টুডে’ গুড নিউজ টুডে’ |
ৱেবছাইট | www |
ইতিহাস
সম্পাদনা কৰক১৯৯৫ চনত প্ৰথমবাৰৰ বাবে দূৰদৰ্শনৰ ডিডি মেট্ৰ’ (ডিডি)ত আজ তক সম্প্ৰচাৰিত হৈছিল। তাৰপাছত ই ১০-২০ মিনিটৰ বাতৰি অনুষ্ঠান হিচাপে সম্প্ৰচাৰিত হৈছিল। ২০০০ চনৰ ডিচেম্বৰ মাহত আজ তকে এটা সুকীয়া নিউজ চেনেলৰ ৰূপ লয় আৰু তাৰপাছত ই দেশৰ প্ৰথমটো চৌবিশ ঘণ্টাই সম্প্ৰচাৰিত হোৱা সম্পূৰ্ণ হিন্দী নিউজ চেনেল হিচাপে পৰিগণিত হয়। সেইসময়ৰ এজন এংকৰ আছিল সুৰেন্দ্ৰ প্ৰতাপ সিং৷[2][3] আজ তকৰ টেগলাইন আছিল "ইয়েহ থী খবৰ আজ তক, ইন্তেজাৰ কীজিয়ে কল তক" (অনুবাদ: আজিলৈকে ইমানেই খবৰ আছিল, কাইলৈলৈকে অপেক্ষা কৰক।)।[2] ভাৰতত অ’ বি ভেন ব্যৱহাৰ কৰা প্ৰথমটো নিউজ চেনেল আছিল আজ তক৷[4]
এটা পূৰ্ণাংগ চেনেলৰ ৰূপ লোৱালৈকে ই ৫২ লাখ পৰিয়ালৰ দৃষ্টিগোচৰ লাভ কৰিছিল আৰু তেতিয়াৰে পৰা ই তিনি কোটি ঘৰলৈকে সম্প্ৰচাৰিত হোৱা চেনেল হৈ পৰিছে আৰু নিউজ চেনেলৰ ক্ষেত্ৰত ইয়াৰ দৰ্শকৰ সংখ্যা ৫৬%।[3] ২০১৮ চনৰ ১৪ ডিচেম্বৰত আজ তকে ভাৰতৰ প্ৰথমটো হিন্দী হাই ডেফিনিশ্যন চেনেল আজ তক এইচ.ডি. মুকলি কৰে।[5] ২০২১ চনৰ জানুৱাৰী মাহত চেনেলটো ৰিব্ৰেণ্ড কৰা হয়।[6]
কৰ্মচাৰী
সম্পাদনা কৰককাৰ্যবাহী কৰ্মচাৰী
সম্পাদনা কৰক- অৰুণ পুৰী, ইণ্ডিয়া টুডে’ গ্ৰুপৰ অধ্যক্ষ
- কল্লী পুৰী, ইণ্ডিয়া টুডে’ গ্ৰুপৰ উপাধ্যক্ষ
- অঞ্জনা ওম্ কাশ্যপ – কাৰ্যবাহী সম্পাদিকা
- স্বেতা সিং – কাৰ্যবাহী সম্পাদিকা
- সুধীৰ চৌধুৰী – পৰামৰ্শদাতা সম্পাদক
- ছায়দ আনছাৰী – পৰামৰ্শদাতা সম্পাদক [7]
- বিক্ৰান্ত গুপ্তা – মুখ্য ক্ৰীড়া সম্পাদক
পূৰ্বৰ কৰ্মচাৰী
সম্পাদনা কৰকপূৰ্বৰ এংকৰসকলৰ ভিতৰত আছিল ৰোহিত চৰ্দানা [8] আৰু সুৰেন্দ্ৰ প্ৰতাপ সিং।[2] উদয় শংকৰে আজ তকৰ আৰম্ভণিৰ বছৰকেইটাত সংবাদ-পৰিচালক হিচাপে কাম কৰিছিল।[4]
- প্ৰভু চাওলা
- অভিনন্দন ছেখৰী
- পুণ্য প্ৰসুন বাজপেয়ী
- বৰীয়া মজুমদাৰ
- আশুতোষ ৰাণা
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Rodrigues, Usha; Maya, Ranganathan (2014). Indian News Media: From Observer to Participant. প্ৰকাশক India: SAGE Publications. পৃষ্ঠা. 23–24, 165. ISBN 9789351501589. https://books.google.com/books?id=2RqJCwAAQBAJ.
- ↑ 2.0 2.1 2.2 Singh, Dr Paramveer (2021-08-05). "8. India Today Group." (en ভাষাত). Indian Silver Screen. K.K. Publications. পৃষ্ঠা. 147–150. Archived from the original on 9 April 2023. https://web.archive.org/web/20230409132058/https://books.google.com/books?id=Ncg7EAAAQBAJ। আহৰণ কৰা হৈছে: 15 November 2021. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name ":0" defined multiple times with different content - ↑ 3.0 3.1 "Television.". India Today Group. Archived from the original on 23 August 2021. https://web.archive.org/web/20210823225840/https://www.indiatodaygroup.com/new-site/television.html। আহৰণ কৰা হৈছে: 2021-05-03. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name ":1" defined multiple times with different content - ↑ 4.0 4.1 Munshi, Shoma (2012-12-15). "1" (en ভাষাত). Remote Control: Indian Television in the New Millennium. Penguin UK. ISBN 978-81-8475-755-2. Archived from the original on 9 April 2023. https://web.archive.org/web/20230409132120/https://books.google.com/books?id=fdGATZeZWJcC। আহৰণ কৰা হৈছে: 15 November 2021. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name ":2" defined multiple times with different content - ↑ "Aaj Tak launches first of its kind HD news channel - Aaj Tak HD" (en-US ভাষাত). AdGully. 14 December 2018. Archived from the original on 25 July 2019. https://web.archive.org/web/20190725093043/https://www.adgully.com/aaj-tak-launches-first-of-its-kind-hd-news-channel-aaj-tak-hd-82272.html। আহৰণ কৰা হৈছে: 2021-08-25.
- ↑ Baddhan, Lakh (2021-01-21). "Aaj Tak refreshes brand with new look for 20th anniversary" (en-GB ভাষাত). BizAsia. Archived from the original on 21 January 2021. https://web.archive.org/web/20210121210133/https://www.bizasialive.com/aaj-tak-refreshes-brand-with-new-look-for-20th-anniversary/। আহৰণ কৰা হৈছে: 2021-04-18.
- ↑ . 11 July 2022. Archived from the original on 11 July 2022. https://web.archive.org/web/20220711103753/https://www.newslaundry.com/2022/07/11/the-natural-home-for-a-household-name-sudhir-chaudhary-to-join-aaj-tak-as-consulting-editor.
- ↑ Bhati, Divya (2 May 2021). "RIP Aaj Tak TV Journalist Rohit Sardana died due to Heart Attack after suffering from Covid-19" (en ভাষাত). jagrantv. Archived from the original on 25 August 2021. https://web.archive.org/web/20210825003934/https://www.jagrantv.com/en-show/rohit-sardana-biography-age-death-reason-tv-journalist-early-life-wife-son-family-and-photo-rc1018073। আহৰণ কৰা হৈছে: 2021-08-25.