আয়েশা জুল্কা

ভাৰতীয় অভিনেত্ৰী


আয়েশা জুল্কা (ইংৰাজী: Ayesha Jhulka জন্ম: ২৮ জুলাই ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে৷ তেওঁ ওড়িয়া, কন্নড়, আৰু তেলেগু ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷[4]

আয়েশা জুল্কা

Jhulka at her Spa salon nails 'Anantaa' in 2010
জন্ম আয়েশা জুল্কা
২৮ জুলাই, ১৯৭২ (৫১ বছৰ)[1][2]
শ্ৰীনগৰ, জম্মু কাশ্মীৰ, ভাৰত
পেচা চলচ্চিত্ৰ অভিনেত্ৰী, উদ্যোগী
সক্ৰিয় হৈ থকা সময় ১৯৯০-২০১০
২০১৮–বৰ্তমান
দাম্পত্যসঙ্গী সমীৰ বাসী (Sameer Vashi)[3]

কৰ্মজীৱন সম্পাদনা কৰক

 
Ayesha Jhulka at the Opening of Ayesha Jhulka's Spa 'Nest'

তেওঁ অভিনয় কৰা চলচ্চিত্ৰবোৰ হৈছে- কুৰবান (১৯৯১), জো জীতা বহী চিকান্দাৰ (১৯৯২), খিলাড়ী (১৯৯২), মেহেৰবান (১৯৯৩), দালাল (১৯৯৩), বালমা (১৯৯৩), ৱাক্ট হমাৰা হে (১৯৯৩), ৰং (১৯৯৩), সংগ্ৰাম (১৯৯৩), জয় কিসান (১৯৯), আৰু মাচুম (১৯৯৬)৷

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তেওঁ ভাৰতীয় বায়ু সেনাৰ অভিচাৰ উইং কামাণ্ডা ইন্দৰ কুমাৰ জুল্কাৰ জীয়ৰী৷ তেওঁ সমীৰ বাসীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[3]

চলচ্চিত্ৰপুঞ্জী সম্পাদনা কৰক

চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
১৯৯০ নীতি সিদ্ধাৰ্থ বাসন্তী তেলেগু
১৯৯১ কুৰবান চন্দ্ৰা সিং হিন্দী
মীট মেৰা মন কে (Meet Mere Man Ke) হিন্দী
হে মেৰী জান নীলাম হিন্দী
১৯৯২ মাচুক নিশা ৰাই হিন্দী
খিলাড়ী নীলাম চৌধুৰী হিন্দী
জো জীতা বহী চিকান্দাৰ অঞ্জলি হিন্দী
অনাম মেঘনা হিন্দী
১৯৯৩ কহৰা নিশা হিন্দী
কেইসে কেইসে ৰিস্তা হিন্দী
বলমা মধু হিন্দী
মেহেৰবান চন্দ্ৰা হিন্দী
সংগ্ৰাম পল্লৱী কে. সিং হিন্দী
দালাল ৰূপালী হিন্দী
ৰং পূজা মালহোত্ৰা হিন্দী
ৱাক্ট হমাৰা হে আয়েশা হিন্দী
দিল কী বাজাৰ আৰতি হিন্দী
ওলাড কে দুশ্মন চালু কুমাৰ হিন্দী
১৯৯৪ ব্ৰহ্মা আশা হিন্দী
এক ৰাজা ৰাণী বৰ্ষা হিন্দী
জয় কীসেন আশা হিন্দী
মহা শক্তিশালী হিন্দী
১৯৯৫ আকেলে হম আকেলে তুম এৱাৰ্ড প্ৰেজেণ্টাৰ হিন্দী ফ্ৰেইণ্ডলী এপিয়াৰেঞ্চ
আশিকী মষ্টানী (Aashique Mastaane) মালতী
১৯৯৬ মাচুম চন্দ্ৰা হিন্দী
মুকাদ্দাৰ মীনা হিন্দী
আপনে দম পৰ নিজে হিন্দী বিশেষ ভূমিকা (আইটেম নম্বৰ)
১৯৯৭ চাসী ৪২০ ৰত্ন হিন্দী বিশেষ ভূমিকা
বিশ্ববিধাতা ৰাধা খান্না হিন্দী
জাজ মজৰীম নৃত্যশিল্পী/কণ্ঠশিল্পী হিন্দী বিশেষ ভূমিকা
সুৰজ ৰামকলী হিন্দী/উৰ্দু
ঘুংঘাট (Ghunghat)
১৯৯৮ দন্দ নায়ক নেইনা হিন্দী
কানাচালু নেনে মানাচালু নেনে (Kanasalu Neene Manasalu Neene) কন্নড়
বাৰুদ নৃত্যশিল্পী হিন্দী গেষ্ট এপিয়াৰেঞ্চ
হিম্মতৱালা ৰাধা হিন্দী
১৯৯৯ পুৰুষ নিজে হিন্দী “কাহানী কিসমত কী” গীতত বিশেষ ভূমিকা
ফুল ঔৰ আগ হিন্দী “মে গাঁৱ দিল গায়ে” গীতত বিশেষ ভূমিকা
হোতে হোতে প্যাৰ হো গয়া সভা হিন্দী
কোহৰাম: দ্য এক্সপ’শ্যন চুইটী হিন্দী
কাহানী কিসমত কী হিন্দী
২০০০ খালচা মেৰো ৰূপ হে খাচ (Khalsa Mero Roop Hai Khaas) চান্নী (Channi)
চিকাৰ অঞ্জু গুপ্তা
২০০১ হাধ হিন্দী
চিঞ্চৰ শশীলা হিন্দী
২০০২ আম্মা ৰূপা হিন্দী
২০০৩ আন্‌চ দেৱাংগী গম. ঠাকুৰ হিন্দী, আৱাধী (Awadhi)
২০০৪ ৰাণ শিৱানী হিন্দী
জয় জীয়াৰ মাক তেলেগু
২০০৫ চসা না থা বীৰেনৰ খুলশালী হিন্দী
ডাবল ক্ৰচ: এক ধোকা চনিয়া
২০০৬ জেকপট কন্নড়
উম্ৰাও জান খুৰশীদ হিন্দী
জননী উৰ্মিলা
ৰাকতে লেখিছি না (Rakate Lekhichi Naa) অৰিয়া
২০০৯ কেশ্যগ (Keshyog)
২০১০ আডা... এ ৱে অৱ লাইফ হিন্দী
২০১৮ জিনিয়াচ নন্দিনীৰ মাক হিন্দী

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক