আলতাফ মজিদ

চলচ্চিত্ৰ পৰিচালক আৰু সমালোচক


আলতাফ মজিদ (ইংৰাজী: Altaf Mazid) অসমৰ এগৰাকী চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ পৰিচালক আৰু সাংস্কৃতিক কৰ্মী৷ তেখেত ‘চুটি ছবি’ নিৰ্মাণৰ বাবে বিখ্যাত৷ প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নষ্ট হ'ব ধৰা প্ৰিণ্টটো এখেতে ভাল কৰাই সংৰক্ষণ কৰে৷[1]

আলতাফ মজিদ
জন্ম অসম, ভাৰত
মৃত্যু ১৩ এপ্ৰিল, ২০১৬
অন্য নাম ৰিজা
নাগৰিকত্ব ভাৰত ভাৰতীয়
পেচা অভিযন্তা, চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ পৰিচালক, সাংস্কৃতিক কৰ্মী
দাম্পত্যসঙ্গী জেবিন আহমেদ
আত্মীয়-স্বজন এহছান মজিদ

জন্ম আৰু পৰিয়াল সম্পাদনা কৰক

শিক্ষা সম্পাদনা কৰক

কৰ্মজীৱন সম্পাদনা কৰক

এখেত অসম চৰকাৰৰ জনস্বাস্থ্য বিভাগত অভিযন্তা হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

মজিদে পৰিচালনা বা প্ৰযোজনা কৰা কিছু চুটিছবি আৰু তথ্যচিত্ৰৰ নাম হ'ল-[1]

বৰ্ষ ছবিৰ নাম ভাষা ইংৰাজী নাম বিষয় টোকা
১৯৯২ ব্যক্তিগত আৰু গোপনীয়, অসমীয়া Personal and Confidential পৰীক্ষামূলক কাহিনীচিত্ৰ
১৯৯৮ জীৱন অসমীয়া Life পৰীক্ষামূলক কাহিনীচিত্ৰ
২০০১ লাখটকীয়াত গোলাম অসমীয়া Closed-door-and-stuff-inside-the magazine Syndrome পৰীক্ষামূলক তথ্যচিত্ৰ
২০০২ আৱাৰ কমন ফিউচাৰ অসমীয়া Our Common Future তথ্যচিত্ৰ
২০০৪ দ্য জয় অৱ গিভিং অসমীয়া The Joy of Giving তথ্যচিত্ৰ
২০০৪ লাছ ভেগাছত অসমীয়া In Las Vegas পৰীক্ষামূলক কাহিনীচিত্ৰ
২০০৫ ভাল খবৰ অসমীয়া Good news পৰীক্ষামূলক তথ্যচিত্ৰ
২০০৭ ক্ৰেজি অন ৰকচ্ অসমীয়া Crazy on the Rocks তথ্যচিত্ৰ
২০০৮ কুনিৰ কুটিল দশা অসমীয়া The elbow in exile পৰীক্ষামূলক তথ্যচিত্ৰ
২০০৮ বলিয়া পিতাইৰ চহকী চোতাল অসমীয়া A duet with the river god তথ্যচিত্ৰ
২০১০ চিত্ৰ সূত্ৰ অসমীয়া The Image Threads কাহিনীচিত্ৰ বিপিন বিজয় পৰিচালিত এই ছবিখনৰ সহযোগী প্ৰযোজক আছিল
২০১৪ ৰহস্যৰ বিতচকু অসমীয়া Seven hundred zero zero seven পৰীক্ষামূলক তথ্যচিত্ৰ

বঁটা আৰু সন্মান সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Ahmed, Shaheen (April 13, 2016). "ALTAF MAZID – A TRIBUTE". www.raiot.in. Archived from the original on 2016-04-13. https://web.archive.org/web/20160413143716/http://raiot.in/altaf-mazid-a-tribute/। আহৰণ কৰা হৈছে: 2016-04-13. 

বাহ্যিক সংযোগ সম্পাদনা কৰক