আহমদ ছফা

বাংলাদেশী লেখক, চিন্তাবিদ, ঔপন্যাসিক, কবি, আৰু গণবুদ্ধিজীৱী

আহমদ ছফা (৩০ জুন ১৯৪৩ – ২৮ জুলাই ২০০১) এগৰাকী বাংলাদেশী ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, চিন্তাবিদ আৰু গণবুদ্ধিজীৱী আছিল।[1] জাতীয় অধ্যাপক আবদুৰ ৰাজ্জাক, ছলিমুল্লাহ খান আৰু বহুতৰ মতে মীৰ মশ্বাৰৰফ হোছেন আৰু কাজী নজৰুল ইছলামৰ পিছত সবতকৈ গুৰুত্বপূৰ্ণ বঙালী মুছলমান লেখক হৈছে আহমদ ছফা।[1][2][3][4][5] তেখেতৰ লিখাত বাংলাদেশী জাতিসত্তাৰ পৰিচয় নিৰ্ধাৰণ প্ৰাধান্য পাইছে। তেখেতে ১৮খন নন-ফিকছন কিতাপ, ৮খন উপন্যাস, ৪খন কাব্যগ্ৰন্থ, ১খন চুটিগল্প সমগ্ৰ আৰু অন্যান্য কেইখনমান কিতাপ লিখিছে।

আহমদ ছফা

১৯৯৫ চনত ছফা
জন্ম ৩০ জুন, ১৯৪৩
গছবাড়িয়া, চট্টগ্ৰাম, বেঙ্গল প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত
মৃত্যু ২৮ জুলাই, ২০০১ (৫৮ বছৰ)
ঢাকা, বাংলাদেশ
সমাধিস্থল শ্বহীদ বুদ্ধিজীৱী গোৰস্থান
পেচা লেখক, বুদ্ধিজীৱী
ৰাষ্ট্ৰীয়তা বাংলাদেশী
মাতৃশিক্ষায়তন ঢাকা বিশ্ববিদ্যালয়
সময় ১৯৬৭–২০০১
ধৰণ প্ৰবন্ধ, উপন্যাস, চুটিগল্প, কবিতা
উল্লেখযোগ্য বঁটা একৈছে পদক (২০০২)

বাংলাদেশৰ স্বাধীনতাৰ অব্যবহিত পিছত ৰচিত 'বুদ্ধিবৃত্তিৰ নতুন বিন্যাস' (১৯৭২) প্ৰন্ধগ্ৰন্থত আহমদ ছফাই বাংলাদেশৰ বুদ্ধিবৃত্তিক জগতৰ মানচিত্ৰ অঙ্কন কৰে আৰু বাংলাদেশী বুদ্ধিজীৱীসকলৰ সুবিধাবাদিতাৰ নগ্ন ৰূপ উন্মোচন কৰে তথা বুদ্ধিজীৱীসকলৰ সঁচাৰৰ দায়িত্বৰ স্বৰূপ আৰু দিকনিৰ্দেশনা বৰ্ণনাপূৰ্বক তেওঁলোকক সতৰ্ক কৰি দিবলৈ বুদ্ধিজীৱীসকলৰ ব্যৰ্থতাত বাংলাদেশৰ কি দুৰ্দশা হ’ব পাৰে সেই সম্পৰ্কে ভৱিষ্যদ্বাণী কৰে।[6][7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Khan, Salimullah (2013). "Name Ase Name Jay" (Bengali ভাষাত). Ahmed Sofa Sonjiboni. প্ৰকাশক Dhaka: Agamee Prakashani. পৃষ্ঠা. 21. ISBN 978-984-04-1585-4. 
  2. Anwar, Nurul (2010). "Bhumika" (Bengali ভাষাত). Sofamrita. প্ৰকাশক Dhaka: Khan Brothers and Company. পৃষ্ঠা. 1. ISBN 978-984-408-171-0. 
  3. Amin, Dr. Mohammad (17 March 2017). "Ahmed Sofa:Bangla Sahityer Anabadya Rupakar" (Bengali ভাষাত). Bangladesh Publications Ltd.The Daily Sangram. Archived from the original on 3 April 2018. https://web.archive.org/web/20180403081938/http://www.dailysangram.com/post/275909-%E0%A6%86%E0%A6%B9%E0%A6%AE%E0%A6%A6-%E0%A6%9B%E0%A6%AB%E0%A6%BE-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%87%E0%A6%B0-%E0%A6%85%E0%A6%A8%E0%A6%AC%E0%A6%A6%E0%A7%8D%E0%A6%AF-%E0%A6%B0%E0%A7%82%E0%A6%AA%E0%A6%95%E0%A6%BE%E0%A6%B0। আহৰণ কৰা হৈছে: 1 April 2018. ""বাংলা সাহিত্যে এ পৰ্যন্ত যত প্ৰাবন্ধিক, লেখক আৰু সাহিত্যিক জন্মগ্ৰহণ কৰেছেন তন্মধ্যে আহমদ ছফাই সবচেয়ে সাহসী, বুদ্ধিমান, স্বতঃস্ফূৰ্ত, নিৰ্লোভ, ঋদ্ধ, কুশলী, বহুমুখী, সাধাৰণ আৰু তেজময়। [So far among all writers and intellectuals born in Bengali, Sofa is the most brilliant, brave, spontaneous, selfless, multidimensional, extraordinary and energetic..]... তাঁৰ প্ৰবন্ধে গবেষণাৰ ঐকান্তিকতা, ইতিহাসেৰ নিবিড়তা, কাব্যেৰ প্ৰাণবন্ততা, উপন্যাসেৰ বিমূৰ্ততা আৰ নাটকেৰ পৰিণতি ত্ৰিকালদৰ্শীৰ দৰে চিৰন্তন, সতত বৰ্তমান আৰু সংগতকাৰণে সৰ্বজনীন।"" 
  4. Anam, Mahfuz, ed (28 July 2015). "The voice of the deprived" (English ভাষাত). প্ৰকাশক Dhaka: Transcom GroupThe Daily Star. Archived from the original on 1 April 2018. https://web.archive.org/web/20180401080836/http://www.thedailystar.net/arts-entertainment/the-voice-the-deprived-117895। আহৰণ কৰা হৈছে: 1 April 2018. ""Among the contemporary fiction writers in Bangladesh, Sofa ranked first for his thought-provoking and contemplative writings."" 
  5. Khan, Salimullah (28 July 2012). "Ahmed Sofa Bishaye Salimullah Khan, Sathrang" (Bengali ভাষাত). Asian Television NetworkATN Bangla. https://www.youtube.com/watch?v=1VLxlM8sVKg। আহৰণ কৰা হৈছে: 1 April 2018. "Ahmed Sofa, I think, is the greatest thinker of our country. [at 2:33] Ahmed Sofa is the greatest Bengali Muslim writer after Mir Mosharraf Hossain and Kazi Nazrul Islam. [at 4:00] -[Salimullah Khan]" 
  6. Umar, Badruddin (2011). "Bhumika" (Bengali ভাষাত). Sampratik Bibechana: Buddhibrittir Natun Bynyas. প্ৰকাশক Dhaka: Khan Brothers and Company. পৃষ্ঠা. 46. ISBN 978-984-408-137-6. 
  7. Talukdar, Zakir (15 August 2013). "Ahmed Sofa Jakhan Buddhibrittir Natun Binyas Kamana Karen" (Bengali ভাষাত). প্ৰকাশক Dhaka: Sampratik Deshkal. Archived from the original on 2 April 2018. https://web.archive.org/web/20180402065827/http://shampratikdeshkal.com/education/2013/08/15/187। আহৰণ কৰা হৈছে: 2 April 2018.