৩০ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২৩ |
৩০ জুন (ইংৰাজী: 30 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮১তম (অধিবৰ্ষত ১৮২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৪টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলীসম্পাদনা কৰক
- ১৮৫৫ - বৃটিছ বিৰোধী চাঁওতাল বিদ্ৰোহ আৰম্ভ হৈছিল।
- ১৯৩৭ - বিশ্বৰ প্ৰথম জৰুৰীকালীন টেলিফোন নম্বৰ '৯৯৯' লণ্ডনত আৰম্ভ হৈছিল।
জন্মসম্পাদনা কৰক
- ১৯২২ - অমূল্য বৰুৱা, অসমীয়া কবি।
- ১৯৬৬ - মাইক টাইছন, বিশ্ব বিখ্য়াত বক্সিং খেলুৱৈ।
- ১৯৬৯ - সনথ জয়সূৰ্য, শ্ৰীলংকাৰ ক্ৰিকেট খেলুৱৈ।
- ১৯৮৫ - মাইকেল ফেলপচ, মাৰ্কিন সাঁতোৰবিদ আৰু অলিম্পিকত ২৩টা স্বৰ্ণ পদক বিজয়ী।
মৃত্যুসম্পাদনা কৰক
- ১৯১৭ - দাদাভাই নৌৰজী, বৃটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য। (জঃ ০৬/০৯/১৮২৫)
- ১৯৭১ - ভ্লাডিস্লাভ ভ'ল্ক'ভ, ৰুচ দেশৰ মহাকাশচাৰী।
- ১৯৯৯ -কেপ্টেইন জিণ্টু গগৈ, কাৰ্গিল যুদ্ধত শ্বহীদ হয়।
দিৱসসম্পাদনা কৰক
- বিশ্ব সামাজিক মাধ্যম দিৱস।
- গুৱাটেমালাৰ সশস্ত্ৰ বাহিনী দিৱস।
- ইজৰাইলৰ নৌ সেনা দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৬ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |