আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা
আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা (ইংৰাজী: Aryamaan – Brahmaand Ka Yodha) হ’ল দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত এখন ভাৰতীয় চুপাৰহিৰ’ স্পেচ সম্পৰ্কীয় ধাৰাবাহিক।[2] ইয়াৰ বেনাৰ মুকেশ খান্নাই তেওঁৰ ভীষ্ম ইণ্টাৰনেচনেলৰ দ্বাৰা প্ৰযোজনা কৰিছিল, যিয়ে ইয়াৰ আগত ১৯৯৭ চনৰ ভাৰতীৰ প্ৰথম টেলিভিচন ধাৰাবাহিক চুপাৰহিৰ’ শক্তিমানৰ চৰিত্ৰত অভিনয় কৰিছিল।[4] ই এতিয়ালৈকে কম সময়ৰ ভিতৰত সকলোতকৈ ব্যয়বহুল ভাৰতীয় টেলিভিচন নাটকৰ ৰেকৰ্ড ধাৰণ কৰিছে।[5]
আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা | |
---|---|
শৈলী | এক্সন চায়েঞ্চ-ফিকশ্যন চুপাৰহিৰ’ |
লিখক | কমলেশ পাণ্ডে[1] |
পৰিচালক | দিনকৰ জানী[2] |
অভিনয়ত | মুকেশ খান্না কিৰণ কুমাৰ[3] মনজিৎ কুল্লাৰ শান্তিপ্ৰিয়া[2] |
শীৰ্ষ সংগীত পৰিচালক | প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মা |
সংগীত পৰিচালক | প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মা |
দেশ | ভাৰত |
ভাষা | হিন্দী |
চিজনৰ সংখ্যা | ১ |
খণ্ডৰ সংখ্যা | ৯১ |
প্ৰযোজনা | |
প্ৰযোজক | মুকেশ খান্না |
দৈৰ্ঘ্য | ৪৫ মিনিট |
ষ্টুডিঅ’ | ভীষ্ম ইণ্টাৰনেচনেল |
সম্প্ৰচাৰ | |
মূল ছেনেল | ডিডি নেশ্যনেল |
প্ৰদৰ্শনৰ সময় | ১৪ জুলাই ২০০২ |
অভিনয়ত
সম্পাদনা কৰকঅভিনয়ত | চৰিত্ৰ | টোকা |
---|---|---|
মুকেশ খান্না | ৰাজকুমাৰ আৰ্যমান | |
কিৰণ কুমাৰ | মোহন হাচিন (আৰ্যমানৰ গুৰু) | |
শান্তিপ্ৰিয়া | তেজী | |
মনজিৎ কুল্লাৰ | ৰাণী নাচা | |
দ্বীপ ধিল্লোন | ৰজা দুৰ্দান | |
ৰেশ্মা মোদী | ৰাণী ৰচা | |
সুধীৰ মিট্টু | ৰজা জৰন্ত | |
দীপক যেথি | মহাসম্ৰাট নৰক | |
মুৰলী শৰ্মা | শুক্ৰান্ত | |
শালিনী আৰোৰা | পাপ শক্তি ৰক্ষীন্দ্ৰা | |
তাৰাকেশ চৌহান | ৰজাৰ সন্তান | |
ব্ৰোৱনে পৰাশৰ | কুৰবক |
সংগীত
সম্পাদনা কৰকশিৰোনামৰ গীতটো লক্ষ্মীকান্ত-প্যাৰেলালৰ প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মাই দিছিল।[2] তেওঁৰ মতে, উদ্বোধনী থিমটোত (opening theme) ভাৰতীয় সুৰ আৰু পাশ্চাত্য সংগীতৰ মাজৰ এটা ভাৰসাম্য সংমিশ্ৰণ আছে।[6]
সম্প্ৰচাৰ
সম্পাদনা কৰকনাটকৰ আৰম্ভণি ২০০২ চনৰ ১৪ জুলাইত ডি ডি নেশ্যনেলত হৈছিল। ২০০৬ চনৰ গ্ৰীষ্ম কালত ইয়াৰ খণ্ডসমূহ জেটিক্সত পুনঃ সম্প্ৰচাৰ কৰা হৈছিল।[7]
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Aaryamaan - Brahmaand Ka Yoddha". The Hindu. 9 August 2002. Archived from the original on 6 November 2003. https://web.archive.org/web/20031106232052/http://www.hindu.com/thehindu/fr/2002/08/09/stories/2002080900910800.htm। আহৰণ কৰা হৈছে: 18 July 2012.
- ↑ 2.0 2.1 2.2 2.3 "Aryamaan to go on air from 14 July". The Hindu. 4 July 2002. Archived from the original on 25 January 2013. https://archive.today/20130125114910/http://www.hindu.com/thehindu/lf/2002/07/04/stories/2002070401360200.htm। আহৰণ কৰা হৈছে: 18 July 2012.
- ↑ "Indiantelevision dot com's Breaking News: Aryamaan- Brahmaand Ka Yoddha to start telecast from 14 July". Indiantelevision.com. 6 July 2002. http://www.indiantelevision.com/headlines/y2k2/july/july40.htm। আহৰণ কৰা হৈছে: 18 July 2012.
- ↑ PTI (3 July 2002). "Aryamaan to upstage Shaktimaan". The Times of India. Archived from the original on 3 January 2013. https://archive.today/20130103140345/http://articles.timesofindia.indiatimes.com/2002-07-03/news-interviews/27322598_1_adventure-millions-of-light-years-telecast। আহৰণ কৰা হৈছে: 17 July 2012.
- ↑ "Movies: A lonesome melody". rediff.com. 25 July 2002. http://www.rediff.com/entertai/2002/jul/25music.htm। আহৰণ কৰা হৈছে: 18 July 2012.
- ↑ "Movies: Music composer Pyarelal returns". rediff.com. http://www.rediff.com/movies/2002/may/27pyare.htm। আহৰণ কৰা হৈছে: 18 July 2012.
- ↑ "The Walt Disney Company". Disney.in. 21 April 2006. Archived from the original on 4 June 2009. https://web.archive.org/web/20090604123737/http://www.disney.in/corporate/pr_mark_2.htm। আহৰণ কৰা হৈছে: 18 July 2012.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Aryaman episodes ইউটিউবত