আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা

আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা (ইংৰাজী: Aryamaan – Brahmaand Ka Yodha) হ’ল দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত এখন ভাৰতীয় চুপাৰহিৰ’ স্পেচ সম্পৰ্কীয় ধাৰাবাহিক।[2] ইয়াৰ বেনাৰ মুকেশ খান্নাই তেওঁৰ ভীষ্ম ইণ্টাৰনেচনেলৰ দ্বাৰা প্ৰযোজনা কৰিছিল, যিয়ে ইয়াৰ আগত ১৯৯৭ চনৰ ভাৰতীৰ প্ৰথম টেলিভিচন ধাৰাবাহিক চুপাৰহিৰ’ শক্তিমানৰ চৰিত্ৰত অভিনয় কৰিছিল।[4] ই এতিয়ালৈকে কম সময়ৰ ভিতৰত সকলোতকৈ ব্যয়বহুল ভাৰতীয় টেলিভিচন নাটকৰ ৰেকৰ্ড ধাৰণ কৰিছে।[5]

আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা
শৈলী এক্সন
চায়েঞ্চ-ফিকশ্যন
চুপাৰহিৰ’
লিখক কমলেশ পাণ্ডে[1]
পৰিচালক দিনকৰ জানী[2]
অভিনয়ত মুকেশ খান্না
কিৰণ কুমাৰ[3]
মনজিৎ কুল্লাৰ
শান্তিপ্ৰিয়া[2]
শীৰ্ষ সংগীত পৰিচালক প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মা
সংগীত পৰিচালক প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মা
দেশ ভাৰত
ভাষা হিন্দী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ৯১
প্ৰযোজনা
প্ৰযোজক মুকেশ খান্না
দৈৰ্ঘ্য ৪৫ মিনিট
ষ্টুডিঅ’ ভীষ্ম ইণ্টাৰনেচনেল
সম্প্ৰচাৰ
মূল ছেনেল ডিডি নেশ্যনেল
প্ৰদৰ্শনৰ সময় ১৪ জুলাই ২০০২ (2002-07-14)

অভিনয়ত সম্পাদনা কৰক

অভিনয়ত চৰিত্ৰ টোকা
মুকেশ খান্না ৰাজকুমাৰ আৰ্যমান
কিৰণ কুমাৰ মোহন হাচিন (আৰ্যমানৰ গুৰু)
শান্তিপ্ৰিয়া তেজী
মনজিৎ কুল্লাৰ ৰাণী নাচা
দ্বীপ ধিল্লোন ৰজা দুৰ্দান
ৰেশ্মা মোদী ৰাণী ৰচা
সুধীৰ মিট্টু ৰজা জৰন্ত
দীপক যেথি মহাসম্ৰাট নৰক
মুৰলী শৰ্মা শুক্ৰান্ত
শালিনী আৰোৰা পাপ শক্তি ৰক্ষীন্দ্ৰা
তাৰাকেশ চৌহান ৰজাৰ সন্তান
ব্ৰোৱনে পৰাশৰ কুৰবক

সংগীত সম্পাদনা কৰক

শিৰোনামৰ গীতটো লক্ষ্মীকান্ত-প্যাৰেলালৰ প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মাই দিছিল।[2] তেওঁৰ মতে, উদ্বোধনী থিমটোত (opening theme) ভাৰতীয় সুৰ আৰু পাশ্চাত্য সংগীতৰ মাজৰ এটা ভাৰসাম্য সংমিশ্ৰণ আছে।[6]

সম্প্ৰচাৰ সম্পাদনা কৰক

নাটকৰ আৰম্ভণি ২০০২ চনৰ ১৪ জুলাইত ডি ডি নেশ্যনেলত হৈছিল। ২০০৬ চনৰ গ্ৰীষ্ম কালত ইয়াৰ খণ্ডসমূহ জেটিক্সত পুনঃ সম্প্ৰচাৰ কৰা হৈছিল।[7]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Aaryamaan - Brahmaand Ka Yoddha". The Hindu. 9 August 2002. Archived from the original on 6 November 2003. https://web.archive.org/web/20031106232052/http://www.hindu.com/thehindu/fr/2002/08/09/stories/2002080900910800.htm। আহৰণ কৰা হৈছে: 18 July 2012. 
  2. 2.0 2.1 2.2 2.3 "Aryamaan to go on air from 14 July". The Hindu. 4 July 2002. Archived from the original on 25 January 2013. https://archive.today/20130125114910/http://www.hindu.com/thehindu/lf/2002/07/04/stories/2002070401360200.htm। আহৰণ কৰা হৈছে: 18 July 2012. 
  3. "Indiantelevision dot com's Breaking News: Aryamaan- Brahmaand Ka Yoddha to start telecast from 14 July". Indiantelevision.com. 6 July 2002. http://www.indiantelevision.com/headlines/y2k2/july/july40.htm। আহৰণ কৰা হৈছে: 18 July 2012. 
  4. PTI (3 July 2002). "Aryamaan to upstage Shaktimaan". The Times of India. Archived from the original on 3 January 2013. https://archive.today/20130103140345/http://articles.timesofindia.indiatimes.com/2002-07-03/news-interviews/27322598_1_adventure-millions-of-light-years-telecast। আহৰণ কৰা হৈছে: 17 July 2012. 
  5. "Movies: A lonesome melody". rediff.com. 25 July 2002. http://www.rediff.com/entertai/2002/jul/25music.htm। আহৰণ কৰা হৈছে: 18 July 2012. 
  6. "Movies: Music composer Pyarelal returns". rediff.com. http://www.rediff.com/movies/2002/may/27pyare.htm। আহৰণ কৰা হৈছে: 18 July 2012. 
  7. "The Walt Disney Company". Disney.in. 21 April 2006. Archived from the original on 4 June 2009. https://web.archive.org/web/20090604123737/http://www.disney.in/corporate/pr_mark_2.htm। আহৰণ কৰা হৈছে: 18 July 2012. 

বাহ্যিক সংযোগ সম্পাদনা কৰক