আৰ্যভট্ট (কৃত্ৰিম উপগ্ৰহ)

(আৰ্য্যভট্ট (কৃত্ৰিম উপগ্ৰহ)ৰ পৰা পুনঃনিৰ্দেশিত)

আৰ্যভট্ট (হিন্দী: आर्यभट) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ[1] ভাৰতৰ বিখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টৰ নামেৰে এই উপগ্ৰহটোৰ নামকৰণ কৰা হৈছিল।[4]

আৰ্যভট্ট
নিয়ন্ত্ৰক ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
COSPAR ID 1965-033A
SATCAT no. 7752
অভিযানৰ সময় ৪ দিন
মহাকাশযানৰ বৈশিষ্টসমূহ
উত্‍ক্ষেপিত ভৰ ৩৬০ কিলোগ্ৰাম[1]
ক্ষমতা ৪৬ ৱাট
অভিযানৰ আৰম্ভণি
উৎক্ষেপণৰ তাৰিখ ১৯ এপ্ৰিল, ১৯৭৫, ০৭:৩০UTC[2]
ৰকেট কছমছ-৩ এম
উৎক্ষেপণ স্থলী কাপুষ্টিন য়াৰ
অভিযানৰ সামৰণি
অন্তিম যোগাযোগ ২৪ এপ্ৰিল, ১৯৭৫
Decay date ১০ ফেব্ৰুৱাৰী, ১৯৯২
কক্ষীয় পৰিমাপসমূহ
প্ৰসংগ  প্ৰণালী ভূ-কেন্দ্ৰিক
Regime নিম্ন ভূ-কক্ষপথ
Peri altitude ৫৬৮ কিল'মিটাৰ (৩৫৩ মাইল)
Apo altitude ৬১১ কিল'মিটাৰ (৩৮০ মাইল)
Inclination ৫০.৬°
পৰ্যায়কাল ৯৬.৪৬°
Epoch ১৯ মে', ১৯৭৫[3]
Error: no value specified for required parameter "apsis"
 

উৎক্ষেপণ সম্পাদনা কৰক

১৯৭৫ চনৰ ১৯ এপ্ৰিলত কাপুষ্টিন য়াৰৰ পৰা কছমছ-৩ এম উৎক্ষেপণ যানখনৰ সহায়ত ভাৰতে আৰ্যভট্ট উপগ্ৰহ উৎক্ষেপণ কৰিছিল। আৰ্যভট্ট উপগ্ৰহ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল।

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "Aryabhata" in The New Encyclopædia Britannica. Chicago: Encyclopædia Britannica Inc., 15th edn., 1992, Vol. 1, p. 611.
  2. McDowell, Jonathan. "Launch Log". Jonathan's Space Page. http://planet4589.org/space/log/launchlog.txt। আহৰণ কৰা হৈছে: 22 January 2014. 
  3. McDowell, Jonathan. "Satellite Catalog". Jonathan's Space Page. http://planet4589.org/space/log/satcat.txt। আহৰণ কৰা হৈছে: 22 January 2014. 
  4. "Aryabhata - The first indigenously built satellite". http://www.isro.org/satellites/aryabhata.aspx.