আৱেস্তা ভাষা
এটা প্ৰাচীন ইৰাণী ভাষা
অৱেস্তা ভাষা ( ইংৰাজী: Avestan language ) বা আভেস্তান /əˈvɛstən/, [1] এটা প্ৰাচীন ইৰাণী ভাষা। সম্ভৱতঃ প্ৰাচীন পাৰ্চী সাম্ৰাজ্যৰ উত্তৰ-পূব অংশত ইয়াৰ প্ৰচলন আছিল। জৰদস্তি ধৰ্মৰ পবিত্ৰ গ্ৰন্থ আৱেস্তা, এই ভাষাত ৰচনা কৰা হৈছে। ধৰ্মীয় কাম-কাজৰ বাহিৰেও বাকী সকলো ক্ষেত্ৰতে ইছলামৰ বহু শতিকাৰ আগতে ইৰাণত আৱেস্তা ভাষা নোহোৱা হৈ গৈছিল।
অবেস্তাই | |
---|---|
অঞ্চল | পূব ইৰাণৰ মালভূমি (জোৰাথ্ৰিষ্টান পবিত্ৰ ভাষা) |
জাতীয়তা | আৰ্য |
ভাষা পৰিয়াল |
|
লিখন প্ৰণালী | অবেস্তাই বৰ্ণমালা (স্বাধীন মেটা-পৰিকল্পিত বিকাশ), গুজৰাটী লিপি ভাৰতীয় পাৰ্চী সম্প্ৰদায়ে ব্যৱহাৰ কৰে |
ভাষা সংকেত | |
ISO 639-1 | ae |
ISO 639-2 | ave |
ISO 639-3 | ave |
লিংগোৱাস্ফেয়াৰ | 58-ABA-a |
যস্ন ২৮.১, অহুন বৈতি গাথা (বডলেইয়ান এমএস জে-২) |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Wells, John C. (1990), Longman pronunciation dictionary, প্ৰকাশক Harlow, England, p. 53, ISBN 0-582-05383-8 entry "Avestan"