উমা ডগ্ৰা
উমা ডগ্ৰা (ইংৰাজী: Uma Dogra) এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী।[1] তেওঁ জয়পুৰ ঘৰানাৰ কথক নৃত্যৰ পণ্ডিত দুৰ্গা লালৰ সবাতোকৈ পুৰণি শিষ্য।[2] নৃত্য কৰাৰ লগতে তেওঁ এগৰাকী কৰিঅ'গ্ৰাফাৰ আৰু শিক্ষয়িত্ৰী।[1][3] ৪০ বছৰ ধৰি তেওঁ ভাৰতৰ লগতে বিদেশতো নৃত্য প্ৰদৰ্শন কৰি আহিছে।
উমা ডগ্ৰা | |
---|---|
প্ৰাথমিক তথ্য | |
জন্ম | ২৩ এপ্ৰিল, ১৯৫৭ (৬৭ বছৰ) নতুন দিল্লী, ভাৰত |
সংগীতৰ প্ৰকাৰ | ভাৰতীয় ধ্ৰুপদী নৃত্য |
পেচা | কথক নৃত্যশিল্পী, শিক্ষক, নৃত্য-পৰিচালক, প্ৰসাৰক আৰু উদ্যোক্তা |
কাৰ্যকাল | ১৯৭২ |
সহযোগী | দুৰ্গা লাল, ৰাঘৱান নায়াৰ, আমজাদ আলী খান, হেমা মালিনী, আশা পাৰেখ |
ৱেবছাইট | umadogra.com |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 Sridharan, Divya (28 May 2009). "A Katha on Kathak" (en-IN ভাষাত). The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/a-katha-on-kathak/article647891.ece.
- ↑ "Remembering the Legend - Times of India" (en-IN ভাষাত). The Times of India. 8 February 2008. http://timesofindia.indiatimes.com/bombay-times/Remembering-the-Legend/articleshow/1080507156.cms.
- ↑ Modi, Chintan Girish (5 March 2016). "Remembering a maestro" (en-IN ভাষাত). The Hindu. http://www.thehindu.com/news/cities/mumbai/remembering-a-maestro/article8317656.ece.