২৩ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
২৩ এপ্ৰিল (ইংৰাজী: 23 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১১তম (অধিবৰ্ষত ১১২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৪টা দিন বাকী থাকে। ২৩ এপ্ৰিল (ইংৰাজী: 23 April) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৩ তম (অধিবৰ্ষত ১১৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা--
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৬৮ - ব্ৰিটেইনত প্ৰথম দশমিক মুদ্ৰা আৰম্ভ হয়।
জন্ম
সম্পাদনা কৰক- ১৮৫৮ - পণ্ডিতা ৰমাবাঈ, ভাৰতীয় নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী।
- ১৮৫৮ - মেক্স প্লেংক, নোবেল বিজয়ী জাৰ্মান পদাৰ্থবিজ্ঞানী। (মৃত্যু: ৪ অক্টোবৰ, ১৯৪৭)
- ১৯৩৮ - এছ. জানকী, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৪১ - ৰে টমলিনছন, মাৰ্কিন কম্পিউটাৰ প্ৰ'গ্ৰামাৰ আৰু পৃথিৱীৰ প্ৰথম ই-মেইল প্ৰৱৰ্তনকাৰী।
- ১৯৪৬ - ৰ'জি আফচাৰি, বাংলাদেশী অভিনেত্ৰী।
- ১৯৫৭ - উমা ডগ্ৰা, ভাৰতীয় কথক নৃত্যশিল্পী।
- ১৯৭৭ - জন ছিনা, মাৰ্কিন ৰেচলাৰ।
মৃত্যু
সম্পাদনা কৰক- ১৬১৬ - উইলিয়াম শ্বেইকছপীয়েৰ, ইংৰাজী সাহিত্য তথা বিশ্বসাহিত্যৰ প্ৰথম শ্ৰেণীৰ নাট্যকাৰ আৰু সাহিত্যিক। (জন্ম: ১৫৬৪)
- ১৮৫০ - উইলিয়াম ৱৰ্ডছৱৰ্থ, ইংৰাজ ৰোমাণ্টিক কবি। (জন্ম: ৭ এপ্ৰিল ১৭৭০)
- ১৮৭১ - চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ, ব্ৰিটিছ সৈনিক, অভিযানকাৰী আৰু লেখক।
- ১৯৬৮ - বড়ে গুলাম আলি খাঁ, ভাৰতীয় হিন্দুস্তানী শাস্ত্ৰীয় কণ্ঠশিল্পী।
- ১৯৯২ - সত্যজিৎ ৰায়, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, সাহিত্যিক, চিত্ৰকৰ। (জন্ম: ২ মে', ১৯২১)
- ২০১৩ - শমশাদ বেগম, ভাৰতীয় কণ্ঠশিল্পী।
- ২০২০ - ঊষা গাঙ্গুলী, ভাৰতীয় নাট্য পৰিচালক-অভিনেত্ৰী। (জন্ম: ১৯৪৫)
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৩ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |