উৎপলকুমাৰ বসু
উৎপলকুমাৰ বসু বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি আৰু গল্পকাৰ। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতাৰে লিখা তেওঁৰ কবিতাবোৰে উত্তৰ-আধুনিক বঙালী কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
সাহিত্যকৃতি
সম্পাদনা কৰক- চৈত্ৰে ৰচিত কবিতা ( ১৯৬১ )
- পুৰী সিৰিজ ( ১৯৬৪ )
- আবাৰ পুৰী সিৰিজ ( ১৯৭৮ )
- লোচনদাস কাৰিগৰ ( ১৯৮২ )
- খণ্ডবৈচিত্ৰেৰ দিন ( ১৯৮৬ )
- শ্ৰেষ্ঠ কবিতা ( ১৯৯১ )
- সলমাজৰিৰ কাজ ( ১৯৯৫ )
- পদ্যসংগ্ৰহ ( ১৯৯৬ )
- কবিতাসংগ্ৰহ ( ১৯৯৬ )
- কহবতীৰ নাচ ( ১৯৯৭ )
- নাইট স্কুল ( ১৯৯৯ )
- টুসু আমাৰ চিন্তামণি ( ২০০০ )
লগতে চাওক
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- যোগসূত্ৰ উৎপলকুমাৰ বসু সংখ্যা ( ১৯৯৪ )। সম্পাদক ৰাঘব বন্দ্যোপাধ্যায় আৰু বিনয় ঘোষ।