সমীৰ ৰায়চৌধুৰী
সমীৰ ৰায়চৌধুৰী বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সম্পাদক। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতা তেওঁৰ সাহিত্যবোৰে উত্তৰ আধুনিক বঙালী সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ১৯৩৩ চনৰ ১ নৱেম্বৰত উত্তৰ চব্বিশ পৰগণাত ( পানিহাটি ) তেওঁৰ জন্ম হয়।
সমীৰ ৰায়চৌধুৰী | |
---|---|
কলিকতাত সমীৰ ৰায়চৌধুৰী | |
জন্ম | ১ নৱেম্বৰ, ১৯৩৩ |
মৃত্যু | ২২ জুন, ২০১৬ (৮২ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | কবি |
ৰাজনৈতিক আন্দোলন | উত্তৰআধুনিকতা, হাংৰি আন্দোলন |
সাহিত্যকৃতি
সম্পাদনা কৰককাব্যগ্ৰন্থ
সম্পাদনা কৰক- ঝৰ্ণাৰ পাশে শুয়ে আছি
- আমাৰ ভিয়েতনাম
- জানোৱাৰ
- মাংসেৰ কস্তুৰীক্লপ
- প'ষ্টমডাৰ্ন কবিতাগুচ্ছ
- বিদুৰেৰ খড়ম
- নিৰ্বাচিত
চুটিগল্প
সম্পাদনা কৰক- সিগাৰেটেৰ তিৰোভাব ও অন্যান্য গল্প
- ছাতা হাৰানোৰ বৰ্ষাকালীন দুঃখ
- প'ষ্টমডাৰ্ন গল্প
- খুল যা সিম সিম
প্ৰৱন্ধগ্ৰন্থ
সম্পাদনা কৰক- কবিতাৰ আলো অন্ধকাৰ
- প'ষ্টমডাৰ্ন কবিতাবিচাৰ
- প'ষ্টমডাৰ্ন বিড়ালেৰ সন্ধানে
- উত্তৰাধুনিক প্ৰৱন্ধসংগ্ৰহ
- জীৱনানন্দ ( কন্নড় ভাষা )
সম্পাদিত সংকলন
সম্পাদনা কৰক- হাংৰি আন্দোলন
- ফাল্গুনী ৰায় সমগ্ৰ এবং ফাল্গুনী আলোচনা
- প'ষ্টমডাৰ্ন:অধুনান্তিক
- প'ষ্টমডাৰ্ন কী ও কেন?
- প'ষ্টকলোনিয়ালিজম: উত্তৰঔপনিবেশিকতা
- পৰমাপ্ৰকৃতি: ইকোফেমিনিজম
- সীমা
- অপৰ
- ডায়াসপোৰা
- অনিল কৰঞ্জাই
- ভুখী পীঢ়ী ( নেপালী ভাষা )
- প'ষ্টমডাৰ্ন বাংলা পয়েট্ৰি
- প'ষ্টমডাৰ্ন বাংলা চৰ্ট ষ্ট'ৰিজ
সম্পাদিত পত্ৰিকা
সম্পাদনা কৰক- হাংৰি বুলেটিন
- শাশ্বত (বিভূতিভূষণ মুখোপাধ্যায় সংখ্যা )
- কৃত্তিবাস ( ফণীশ্বৰনাথ ৰেণু সংখ্যা )
- হাওয়া ৪৯
- সংক্ৰামক ( হিন্দী )
হিন্দীলৈ অনুদিত
সম্পাদনা কৰক- সুনীল গঙ্গোপাধ্যায় কী কবিতায়েঁ
- শক্তি চট্টোপাধ্যায় কী কবিতায়েঁ
- আধুনান্তিক বংলা কবিতায়েঁ
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- গল্পবিশ্ব পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ২০০৭ )। সম্পাদক: অলোক গোস্বামী।
- বোধ পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ১৮১৫ বঙ্গাব্দ, ২০০৯ )। সম্পাদক: অৰূণকুমাৰ চট্টোপাধ্যায়।
- কালিমাটি পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ১৪১৬ বঙ্গাব্দ, ২০১০ )। সম্পাদক: কাজল সেন।