অসমীয়া লিপিস্বৰবৰ্ণৰ অষ্টম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'এ'ও এটি স্বৰধ্বনি, সেয়েহে 'এ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'এ'-ক এনেদৰে ⠑ (braille pattern dots-15) লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'এ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'এ'ৰ গৌণ প্ৰতীক। 'এ'ৰ এই ৰূপ হ'ল 'ে'।[3] যেনে- ক্+এ=কে আদি।

ইউনিক’ড সম্পাদনা কৰক

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+098F U+098F BENGALI LETTER E
গৌণ ৰূপ U+09C7 U+09C7 BENGALI VOWEL SIGN E

'এ'ৰ পৰা আৰম্ভ হোৱা শব্দ সম্পাদনা কৰক

কিছু উদাহৰণ হ'ল---

  • এক
  • এলেহুৱা
  • এঙাৰ
  • একঁকালীন
  • এখনীয়া
  • এজাহাৰ
  • একক
  • একবিংশ
  • এনেকৈ
  • একেটা
  • একোজন
  • এটি
  • এপাহ
  • এবাৰ
  • এফাল
  • এঘৰীয়া
  • এটকা
  • এনেকুৱা
  • এই
  • এৰা
  • এচিদ
  • এয়া
  • এপাক
  • এনাজৰী আদি।

এ-কাৰ যুক্ত শব্দৰ উদাহৰণ সম্পাদনা কৰক

  • খেল
  • বেল
  • শেষ
  • নেজ
  • দেশ
  • লেখ
  • বেনাৰস
  • গেছ
  • ছেগা-চোৰোকাকৈ
  • ভেলাঘৰ
  • মেল
  • তেল
  • পেট
  • ভেট
  • ভেটফুল
  • মেদবহুল
  • ভেড়া
  • বেছিভাগ
  • গণেশ
  • ৰেখা আদি।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of স্বৰবৰ্ণ
  2. World Braille Usage, UNESCO, 2013
  3. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
  4. বাংলা ইউনিক’ড তালিকা (পি.ডি.এফ.)