ওদালগুৰি মহাবিদ্যালয়

অসমৰ মহাবিদ্যালয়

ওদালগুৰি মহাবিদ্যালয় (ইংৰাজী: Udalguri College) হৈছে ১৯৭৯ চনত স্থাপিত অসমওদালগুৰিত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1] এই মহাবিদ্যালয়খনে বিজ্ঞান আৰু কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।

ওদালগুৰি মহাবিদ্যালয়
স্থাপিত ১৯৭৯
ধৰণ ৰাজহুৱা
স্থান ওদালগুৰি, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট udalguricollege.com

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক