ঔৰংগাবাদ ভাৰতবিহাৰ ৰাজ্যৰ এখন জিলা। ঔৰংগাবাদ নগৰ এই জিলাখনৰ সদৰ ঠাই।

ঔৰংগাবাদ জিলা
বিহাৰ ৰাজ্যত ঔৰংগাবাদ জিলাৰ অৱস্থান
বিহাৰ ৰাজ্যত ঔৰংগাবাদ জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য বিহাৰ
সংমণ্ডল মাগধ
সদৰ ঔৰংগাবাদ, বিহাৰ
কালি
 • মুঠ
3,305 km2 (1,276 sq mi)
জনসংখ্যা
 (2011)
 • মুঠ
25,40,073
 • ঘনত্ব 770/km2 (2,000/sq mi)

ঔৰংগাবাদ জিলাৰ মাটিকালি ৩,৩৮৯ বৰ্গ কিলোমিটাৰ (১,৩০৯ বৰ্গ মাইল)। এই জিলাখন মাগধ সংমণ্ডলৰ অন্তৰ্গত।

জনগাঁথনি

সম্পাদনা কৰক
ঔৰংগাবাদ জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতাংশ
হিন্দু
  
৯০.২০%
মুছলমান
  
৯.৩৪%

২০১১ চনৰ লোকপিয়ল অনুসৰি ঔৰংগাবাদ জিলাৰ জনসংখ্যা ২,৫৪০,০৭৩জন।[1] জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৭৬০জন (২০০০ প্ৰতি বৰ্গ মাইল)। লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯১৬ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৭২.৭৭%।[2]

২০১১ চনৰ লোকপিয়ল অনুসৰি ঔৰংগাবাদ জিলাৰ জনসংখ্যাৰ ৯৪.৭৮% হিন্দী আৰু ৫.১৭% উৰ্দুভাষী লোক।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011. 
  2. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011. 
  3. 2011 Census of India, Population By Mother Tongue

বাহ্যিক লিংক

সম্পাদনা কৰক