ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়, হজুৱা
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়(English: Koklabari Chapaguri College) এখন প্ৰাদেশিকীকৃত মহাবিদ্যালয় যিখন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা সংযুক্ত।[1]
ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়, হজুৱা | |
---|---|
স্থাপিত | ১৮ আগষ্ট ২০১৩ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | জৌস্বৰাং বড়ো |
স্থান | হজুৱা, চিমলা, বাক্সা জিলা, বি টি আৰ, অসম, ভাৰতবৰ্ষ 26°42′26″N 91°11′41″E / 26.7072087°N 91.1946736°Eস্থানাংক: 26°42′26″N 91°11′41″E / 26.7072087°N 91.1946736°E |
চৌহদ | পকী |
ভুক্তি | বড়োলেণ্ড বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
মহাবিদ্যালয়ৰ ইতিহাস
সম্পাদনা কৰকককলাবাৰী চাপাগুৰি মহাবিদ্যালয়খন হাজুৱা ৰাজহ গাঁও অন্তৰ্গত হাজুৱা নামৰ ঠাইত অৱস্থিত। হজুৱাক পটা নামৰ নদী এখনেৰে দুভাগ কৰি অঞ্চলটোৰ সজীৱ দৃশ্য অংকন কৰা দেখা যায়। পটানদীৰ উত্তৰ দিশত হজুৱা আৰু দক্ষিণ অংশ চিমলা বুলি জনা যায়। হজুৱা নামটোৰ কিছু পটভূমি আছে। মানুহবোৰ অতি সহজ, সৎ, মৃদু আৰু নিৰীহ দেখা যায় কাৰণে সেই ঠাইখন ইংৰাজৰ সময়ৰ পৰাই নাম ঠাইখনৰ নাম হজুৱা(হোজা) হিচাপে পৰিচিত। হজুৱা হৈছে জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰু ইয়াৰ চৌদিশে প্ৰায় ৭৮খন গাঁও আছে। অঞ্চলটোৰ জনগাঁথনি বেছিভাগেই জনজাতীয় (এছ টি) লোক আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকেৰে পৰিপূৰ্ণ আৰু সাধাৰণ জাতিৰ মানুহবোৰ অতি ক্ষীণ। অঞ্চলটোৰ স্থানীয় জীৱিকা হৈছে কৃষি। ব্যৱসায় আৰু অন্যান্য ভিন্ন চাকৰিৰে জীৱন নিৰ্বাহ কৰা লোক সংখ্যা যথেষ্ট কম। শৈক্ষিক পৰিৱেশৰ অভাৱৰ বাবে এই অঞ্চলৰ শৈক্ষিক পটভূমি অতি পিছপৰা। অঞ্চলখনত মাত্ৰ কেইখনমান বিদ্যালয় আৰু এখন কনিষ্ঠ মহাবিদ্যালয়হে ছাত্ৰ-ছাত্ৰীক ১০ + ২ শিক্ষাৰ বাবে একমাত্ৰ শিক্ষানুষ্ঠান আছিল। উচ্চ শিক্ষাৰ বাবে আকাংক্ষিত ছাত্ৰ-ছাত্ৰীসকলে বহু দূৰলৈ যাব লাগে। অঞ্চলটোৰ সকলো দিশ বিবেচনা কৰি এই অঞ্চলৰ শিক্ষিত ৰাইজে আকাংক্ষিত ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণৰ বাবে এখন ডিগ্ৰী মহাবিদ্যালয় থকাটো বৰ প্ৰয়োজন অনুভৱ কৰে। অঞ্চলটোৰ সমগ্ৰ ৰাইজে গোট খাই হজুৱাত এখন ডিগ্ৰী মহাবিদ্যালয় স্থাপনৰ বাবে কমিটী গঠন কৰাৰ সিদ্ধান্ত লয় আৰু অৱশেষত ২০১৩ চনত হজুৱাত মহাবিদ্যালয়খন স্থাপন কৰা হয়।[2]
স্থান
সম্পাদনা কৰকমহাবিদ্যালয়খন অসমৰ বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ(বিটিআৰ)ৰ বাক্সা জিলাৰ চিমলা থানৰ অন্তৰ্গত হজুৱা নামৰ ঠাইত অৱস্থিত।
শৈক্ষিক বিষয়
সম্পাদনা কৰক- কলা স্নাতক (অনাৰ্ছ আৰু নিয়মীয়া)
- বড়ো
- অসমীয়া
- ইংৰাজী
- দৰ্শন
- অৰ্থনীতি
- শিক্ষা
- ৰাজনীতি বিজ্ঞান
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Bodoland University". bodolanduniversity.ac.in. Archived from the original on 2018-11-06. https://web.archive.org/web/20181106134141/http://bodolanduniversity.ac.in/s24c/news.php?id=541। আহৰণ কৰা হৈছে: 2018-11-06.
- ↑ "KCCollege". KCCollege1. https://kcchazuwa.ac.in/। আহৰণ কৰা হৈছে: 4 December 2024.