কনক চন্দ্ৰ চহৰীয়া
কনক চন্দ্ৰ চহৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আৰু ভাষা সাহিত্যৰ এগৰাকী আলোচক।
কনক চন্দ্ৰ চহৰীয়া | |
---|---|
জন্ম | ১২ নৱেম্বৰ, ১৯৬৫ ফুট্কিতলী, বৰদৌল গুৰি, দৰং জিলা, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
প্ৰকাশিত গ্ৰন্থ
সম্পাদনা কৰক- অসমীয়া সাহিত্যৰ বিচাৰ (১৯৯৬)
- অসমীয়া লোক সংস্কৃতিৰ ৰেঙণি (১৯৯৬)
- ছিপাঝাৰৰ সমাজ আৰু সংস্কৃতি (২০০৫)
- দৰঙী লোকসাহিত্যৰ ৰূপৰেখা (২০০৭)
- অসমীয়া লোক সাহিত্যৰ ৰহঘৰা (২০১৩)
- অসমীয়া সাহিত্যৰ সমীক্ষা (২০১৫)
- অসমৰ বৈষ্ণৱ ধৰ্ম আৰু সাহিত্য (২০১৫)
- অসমীয়া সংস্কৃতি অধ্যয়ন (২০১৬)
- পুৰণি অসমীয়া কাব্য (২০১৯)
- অসমীয়া লিপিৰ পৰিচয় (২০২০)
সম্পাদিত গ্ৰন্থ
সম্পাদনা কৰক- অসমৰ সংস্কৃতি সমীক্ষা, (২০০০)
- বৰদৌলগুৰিৰ বুৰঞ্জী আৰু সংস্কৃতি (২০০১)
- দৰং জেউতি: চতুৰ্থ খণ্ড (২০০২)
- দৰঙৰ পৰিৱেশ্য কলা (২০০৩)
- দৰঙৰ বসন্ত উৎসৱ দেউল (২০০৩)
- কীৰ্ত্তন ঘোষাৰ সমীক্ষাত্মক অধ্যয়ন (২০০৪)
- দৰঙী লোকগীত সংগ্ৰহ (২০০৫)
- ডক্টৰ নবীন চন্দ্ৰ শৰ্মাৰ জীৱন আৰু সাধনা
(২০০৮)
- অসমৰ বাঁহ-সংস্কৃতি (২০১১)
- প্ৰাচ্যতত্ত্ববিদ ডক্টৰ মহেশ্বৰ নেওগ (২০১৪)
- শিয়ালা গোসাঁইৰ বংশাৱলী (২০১৫)
জীবনী গ্ৰন্থ
সম্পাদনা কৰক- হেডমাষ্টৰণী ৰোহেশ্বৰী
- বৰুৱাৰ জীৱন আৰু আদৰ্শ (২০১৫)
কবিতা সংকলন
সম্পাদনা কৰক- নিৰ্জনতাৰ গান (২০১৫)
তথ্য সংগ্ৰহ
সম্পাদনা কৰকhttps://gauhati.ac.in/member/kanak-chandra-saharia?aid=Mg==&did=Mg== Archived 2021-08-04 at the Wayback Machine