১২ নৱেম্বৰ
তাৰিখ
১২ নৱেম্বৰ (ইংৰাজী: 12 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১৬ তম (অধিবৰ্ষত ৩১৭ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৯ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজীসম্পাদনা কৰক
- ১৯৬৪ চনৰ আজিৰ দিনটোত সৈনিক স্কুল, গোৱালপাৰাৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
- ১৯৯৬ চনৰ আজিৰ দিনটোত কবি অৱনী চক্ৰৱৰ্তী নিৰুদ্দেশ হৈছিল।
- ২০০৬ চনৰ আজিৰ দিনটোত বাংগালোৰ চহৰৰ নাম সলনি কৰি বাংগালুৰ কৰা হয়।
জন্মসম্পাদনা কৰক
- ১৯১৪ - দীননাথ শৰ্মা, অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। (মৃত্যু: ৪ জুন ১৯৭৮)
- ১৯১৮ - যতীন্দ্ৰ নাথ গোস্বামী, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
মৃত্যুসম্পাদনা কৰক
- ১৯৪৬ - মদন মোহন মালৱীয়, স্বাধীনতা সংগ্ৰামী।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১২ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |