১২ নৱেম্বৰ (ইংৰাজী: 12 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১৬ তম (অধিবৰ্ষত ৩১৭ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৯ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজীসম্পাদনা কৰক

জন্মসম্পাদনা কৰক

  • ১৯১৪ - দীননাথ শৰ্মা, অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। (মৃত্যু: ৪ জুন ১৯৭৮)
  • ১৯১৮ - যতীন্দ্ৰ নাথ গোস্বামী, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।

মৃত্যুসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক