কমল কুমাৰ তাঁতী (ইংৰাজী: Kamal Kumar Tanti) হৈছে এগৰাকী অসমীয়া কবি, অনুবাদক, অধ্যপক, প্ৰবন্ধ লেখক আৰু সমালোচক। তেখেতে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই সাহিত্য চৰ্চা কৰি আহিছে। তেখেত সাহত্য অকাডেমীৰ অসমীয়া ভাষাৰ সদস্য হিচাপেও মনোনীত হৈছিল।[1] ‘মাৰাংবুৰু আমাৰ পিতা’ গ্ৰন্থখনৰ বাবে তেখেতে ২০১২ চনত সাহিত্য অকাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰিছিল আৰু একেখন গ্ৰন্থৰ বাবে ২০০৮ চনত মুনীন বৰকটকী বঁটা লাভ কৰে।[2][3]

কমল কুমাৰ তাঁতী
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

শিক্ষা সম্পাদনা কৰক

সাহিত্যৰাজি সম্পাদনা কৰক

প্ৰবন্ধ সংকলন সম্পাদনা কৰক

  • নিম্নবৰ্গ সমাজ ঐহিত্য, ২০০৭
  • উত্তৰ ঔপনিৱেশিক সমালোচনা, ২০১৮

কবিতা সম্পাদনা কৰক

  • মাৰাংবুৰু আমাৰ পিতা, ২০০৭
  • উত্তৰ ঔপনিৱেশিক কবিতা, ২০১৮[4])

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ২০০৮ বৰ্ষত ‘মাৰাংবুৰু আমাৰ পিতা’ শীৰ্ষক গ্ৰন্থৰ বাবে ‘মুনীন বৰকটকী’ বঁটা[5]
  • ২০১২ বৰ্ষত ‘মাৰাংবুৰু আমাৰ পিতা’ শীৰ্ষক গ্ৰন্থৰ বাবে ‘সাহিত্য অকাডেমী যুৱ বঁটা’।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Welcome to Sahitya Akademi - Members of Advisory Boards (Assamese)". sahitya-akademi.gov.in. http://sahitya-akademi.gov.in/sahitya-akademi/aboutus/assamese.jsp। আহৰণ কৰা হৈছে: 2018-08-15. 
  2. ":: SAHITYA : Akademi Awards". Sahitya-akademi.gov.in. http://sahitya-akademi.gov.in/sahitya-akademi/awards/yuva_samman_suchi.jsp। আহৰণ কৰা হৈছে: 2015-06-25. 
  3. "Kamal Tanti wins Sahitya Akademi Yuva Puraskar 2012". Assamtimes.org. 2012-12-24. http://www.assamtimes.org/node/7704। আহৰণ কৰা হৈছে: 2015-06-25. 
  4. "Papyrus – Books & Beyond" (en-US ভাষাত). www.papyrusbooksnbeyond.com. Archived from the original on 2018-08-15. https://web.archive.org/web/20180815234306/http://www.papyrusbooksnbeyond.com/। আহৰণ কৰা হৈছে: 2018-08-15. 
  5. http://www.muninbarkotoki.org/english/trust/awrdlist.html