কাগজ
কাগজ (ইংৰাজী: Paper) হৈছে কাঠ, বাহ, ঘাঁহ বা অন্য উদ্ভিদৰ ছেলুল'জ আঁহৰ পৰা যান্ত্ৰিকভাবে বা ৰাসায়নিকভাবে প্ৰস্তুত কৰা অতি পাতল চেপেটা পাত। উদ্ভিদৰ আঁহ জাতীয় উপাদানৰ পৰা মণ্ড তৈয়াৰ কৰা হয় আৰু এই মণ্ড যন্ত্ৰৰ সহায়ত চাপ দি পাতল প্ৰলেপ কৰি শুকুৱাই কাগজ প্ৰস্তুত কৰা হয়। কাগজ সাধাৰণতে লিখা, চিত্ৰ অঙ্কন আদিত ব্যৱহাৰ কৰা হয়। তদুপৰি ছপা কৰা, পেকেজিং, ডেকৰেটিং, চাফা কৰা, ফিল্টাৰ কাগজ, ৱালপেপাৰ, কিতাপৰ বকলা, ইত্যাদি অনেক কামত কাগজ ব্যৱহাৰ কৰা হয়।
কাগজ | |
---|---|
![]() Card and paper stock for crafts use comes in a wide variety of textures and colors | |
প্ৰকাৰ | পাতল বস্তু |
ভৌতিক ধৰ্ম | |
ঘনত্ব (ρ) | From 10 gsm to 3000 gs |
কাগজৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী: কিতাপ, টয়লট কাগজ, ৰুলড কাগজ, কাৰ্টিন, কণী বাকছ
কাগজ | |||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | |||||||||||||||||||||
"Paper" in Traditional (top) and Simplified (bottom) Chinese characters | |||||||||||||||||||||
পৰম্পৰাগত চীনা লিপি | 紙 | ||||||||||||||||||||
সৰলীকৃত চীনা লিপি | 纸 | ||||||||||||||||||||
|
প্ৰথম কাগজ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া পূৱ এছিয়া, সম্ভৱত চীনত আৰম্ভ হৈছিল।[1] প্ৰায় দুশ খ্ৰীষ্টপূৰ্ৱতেই চীনৰ হান সাম্ৰাজ্যৰ চাই লুনৰ দ্বাৰা কাগজ আৰু মণ্ড দি কাগজ প্ৰস্তুত কৰা হৈছিল।[2] আধুনিক কালত উন্নত প্ৰযুক্তিৰে য়ুক্ত ৰাষ্ট্ৰত বৃহৎ পৰিমাণৰ কাগজ প্ৰস্তুত কৰা হয়।
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ Hogben, Lancelot. "Printing, Paper and Playing Cards". Bennett, Paul A. (ed.) Books and Printing: A Treasury for Typophiles. New York: The World Publishing Company, 1951. pp. 15–31. p. 17. & Mann, George. Print: A Manual for Librarians and Students Describing in Detail the History, Methods, and Applications of Printing and Paper Making. London: Grafton & Co., 1952. p. 77
- ↑ Tsien 1985, p. 38
- Burns, Robert I. (1996). "Paper comes to the West, 800–1400". In Lindgren, Uta. Europäische Technik im Mittelalter. 800 bis 1400. Tradition und Innovation (4th সম্পাদনা). প্ৰকাশক Berlin: Gebr. Mann Verlag. পৃষ্ঠা. 413–422. ISBN 978-3-7861-1748-3.
- Tsien, Tsuen-Hsuin (1985). Needham, Joseph. ed. Paper and Printing. Science and Civilisation in China, Chemistry and Chemical Technology. V (part 1). Cambridge University Press.
- "Document Doubles" in ARCHIVED – Introduction – Detecting the Truth. Fakes, Forgeries and Trickery – Library and Archives Canada, a virtual museum exhibition at Library and Archives Canada
বাহ্যিক সংযোগসম্পাদনা কৰক
- Technical Association of the Pulp and Paper Industry (TAPPI) official website
- কাগজ সম্পৰ্কে লিখা তথ্য এনচাইক্লপেডিয়া ব্ৰিটেনিকাত পঢ়ক
- "How is paper made?" at The Straight Dope, 22 November 2005
- Thirteen-minute video on modern paper production system, from Sappi