কন্নড় ভাষা
ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা
(কানাড়াৰ পৰা পুনঃনিৰ্দেশিত)
কন্নড় (ইংৰাজী: Kannada, কন্নড়: ಕನ್ನಡ কন্নড) ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।[1]
কন্নড় | |
---|---|
ಕನ್ನಡ | |
থলুৱা অঞ্চল | কৰ্ণাটক, ভাৰত |
স্থানীয় ভাষিক |
৫ কোটি |
ভাষা পৰিয়াল |
|
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
কৰ্ণাটক, ভাৰত |
নিয়মাধীন হয় |
কৰ্ণাটকৰ চৰকাৰ আৰু বিভিন্ন একাডেমি |
ভাষা সংকেত | |
ISO 639-1 | kn |
ISO 639-2 | kan |
ISO 639-3 | kan |
কন্নড় সংখ্যা
সম্পাদনা কৰকসংখ্যা | নাম | অসমীয়া |
---|---|---|
೦ | সূন্নে (ಸೊನ್ನೆ) | ০ |
೧ | ওন্দু (ಒಂದು) | ১ |
೨ | এৰিডু (ಎರಡು) | ২ |
೩ | মূৰু (ಮೂರು) | ৩ |
೪ | নাল্কু (ನಾಲ್ಕು) | ৪ |
೫ | আইদু (ಐದು) | ৫ |
೬ | আৰু (ಆರು) | ৬ |
೭ | ইয়েএলু (ಏಳು) | ৭ |
೮ | এন্টু (ಎಂಟು) | ৮ |
೯ | ওম্বাত্তু (ಒಂಬತ್ತು) | ৯ |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Kannada alphabet, pronunciation and language". omniglot.com. 2011. http://www.omniglot.com/writing/kannada.htm। আহৰণ কৰা হৈছে: 7 November 2011.