নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল কামপুৰ মহাবিদ্যালয়। মহাবিদ্যালয়খনি ১৯৬৮ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাপ্ত এই কামপুৰ মহাবিদ্যালয় ।

কামপুৰ মহাবিদ্যালয়
স্থাপিত ১৯৬৮
ধৰণ মহাবিদ্যালয়
স্থান কামপুৰ, নগাঁও, অসম, ভাৰত ভাৰত
ৱেবছাইট KampurCollege.co.in

বিভাগ সম্পাদনা কৰক

  • অসমীয়া
  • অৰ্থনীতি
  • শিক্ষা
  • ইংৰাজী
  • ভূগোল
  • হিন্দী
  • বুৰঞ্জী
  • ৰাজনীতি বিজ্ঞান

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক