কাম্পা বৰগয়াৰী (বড়ো: कम्प बोर्गोयारि) বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ প্ৰাপ্তন উপ-মুখ্য কাৰ্যবাহী সদস্য।

কাম্পা বৰগয়াৰী

তেওঁ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল।

বাহ্যিক সংযোগ সম্পাদনা কৰক