কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়(ইংৰাজী: Kokrajhar Govt. College); (তেতিয়াৰ কোকৰাঝাৰ মহাবিদ্যালয়) ১৯৫৯ চনত কোকৰাঝাৰ চহৰখনৰ মাজমজিয়াত কলেজ স্থাপিত কৰা হৈছিল। আৰ্থ-সামাজিকভাৱে পিছপৰা জনজাতীয় লোকসকলৰ লগতে অঞ্চলটোৰ অন্যান্য জনগোষ্ঠীসমূহকো উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কলেজখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়
মূলমন্ত্ৰ অনুশাসন আৰু উৎকৃষ্টতা
স্থাপিত ১৬ আগষ্ট, ১৯৫৯
ধৰণ চৰকাৰী মহাবিদ্যালয়
অধ্যক্ষ ড: ডিমাচা ডি. মুছাহাৰী
শৈক্ষিক কৰ্মচাৰী ৯০
প্ৰশাসনিক কৰ্মচাৰী ৩৭
শিক্ষাৰ্থী প্ৰায় ৪২০০ [1]
স্নাতক শিক্ষাৰ্থী ৩০০০[2]
স্নাতকোত্তৰ শিক্ষাৰ্থী ২০০[3]
ডক্টৰেট শিক্ষাৰ্থী [4]
স্থান কোকৰাঝাৰ (বিটিআৰ), অসম, ভাৰত
চৌহদ চহৰ
ৰং বগা আৰু ৰঙা
উপনাম KGCians
ভুক্তি বড়োলেণ্ড বিশ্ববিদ্যালয়
ৱেবছাইট kgc.edu.in

সংলগ্ন বিশ্ববিদ্যালয় আৰু পৰিষদ

সম্পাদনা কৰক

মহাবিদ্যালয়খন ২০১৯-২০ চনলৈকে ডিগ্ৰী পৰ্যায়ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছিল এতিয়া মহাবিদ্যালয়খন বডোলেণ্ড বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সৈতে সংযুক্ত হৈ আছে।

পাঠ্যক্ৰম

সম্পাদনা কৰক

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালযয়ে তলত দিয়া পাঠ্যক্ৰমসমূহ আগবঢ়ায়:

নিয়মীয়া পাঠ্যক্ৰম

সম্পাদনা কৰক

দুবছৰীয়া উ:মা: বিজ্ঞান

সম্পাদনা কৰক

বিজ্ঞানৰ শাখাত আগবঢ়োৱা বিষয়সমূহ হ’ল-

দুবছৰীয়া উ:মা: কলা

সম্পাদনা কৰক

কলা শাখাত তলত দিয়া বিষয়সমূহ সন্নিবিষ্ট কৰা হৈছে:

তিনিবছৰীয়া স্নাতক (টিডিচি) পাঠ্যক্ৰম

সম্পাদনা কৰক
তিনি বছৰ বি.এছ.চি.
সম্পাদনা কৰক

পাঠ্যক্ৰমৰ বিষয়সমূহ হ'ল:-

  • পদাৰ্থ বিজ্ঞান
  • ৰসায়ন বিজ্ঞান
  • গণিত
  • উদ্ভিদ বিজ্ঞান
  • প্ৰাণীবিজ্ঞান
  • কম্পিউটাৰ বিজ্ঞান
  • পৰিসংখ্যা
তিনি বছৰ বি এ
সম্পাদনা কৰক

বিএত প্ৰদান কৰা প্ৰধান বিষয়সমূহ হ’ল-

  • অসমীয়া
  • বাংলা
  • বড়ো
  • অৰ্থনীতি
  • শিক্ষা
  • ইংৰাজী
  • ভূগোল
  • হিন্দী
  • ইতিহাস
  • দৰ্শন
  • ৰাজনীতি বিজ্ঞান
  • সমাজবিজ্ঞান

প্ৰদান কৰা এমআইএল(MIL) বিষয়সমূহৰ ভিতৰত আছে

সম্পাদনা কৰক
  • বড়ো
  • অসমীয়া
  • বাংলা
  • হিন্দী

প্ৰমাণপত্ৰ পাঠ্যক্ৰম

সম্পাদনা কৰক

তিনি মাহৰ প্ৰমাণপত্ৰৰ পাঠ্যক্ৰমসমূহ হ’ল-

  • কম্পিউটাৰ দক্ষতাৰ শিক্ষা
  • বড়ো ভাষা

ডিপ্লমা পাঠ্যক্ৰম

সম্পাদনা কৰক

অনুবাদ দক্ষতাৰ তিনিমাহৰ ডিপ্লমা পাঠ্যক্ৰম।

স্নাতককোত্তৰ পাঠ্যক্ৰমসমূহ

সম্পাদনা কৰক

বিজ্ঞান বিভাগ

সম্পাদনা কৰক
  • গণিত
  • ৰসায়ন বিদ্যা

কলা বিভাগ

সম্পাদনা কৰক
  • বড়ো
  • অসমীয়া
  • ইংৰাজী
  • ইতিহাস
  • অৰ্থনীতি

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. https://www.kgc.edu.in/
  2. https://www.kgc.edu.in/
  3. https://www.kgc.edu.in/
  4. https://www.kgc.edu.in/