কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ (২৯৪০ ফুট) উচ্চতাত অৱস্থিত৷[1]

কিফিৰে
—  নগৰ  —
কিফিৰে
কিফিৰেৰ অৱস্থান
নাগালেণ্ড আৰু ভাৰত
স্থানাঙ্ক 25°53′57″N 94°46′51″E / 25.8992°N 94.7808°E / 25.8992; 94.7808
দেশ  ভাৰত
ৰাজ্য নাগালেণ্ড
জিলা কিফিৰে
জনসংখ্যা

ঘনত্ব

11,799 (2011)

1,311 /কিমি (3,395 /বৰ্গ মাইল)

সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা

>9 km2 (3 sq mi)

896 m (2,940 ft)

ক'ড
  • • যান-বাহনৰ নম্বৰ • NL
ৱেবছাইট http://kiphire.nic.in

ভৌগোলিক অৱস্থান সম্পাদনা কৰক

কিফিৰে জিলাখন নাগালেণ্ডৰ টুৱেনচাং জিলাৰ পৰা পৃথক কৰাৰ পিছত কিফিৰে নগৰ জিলাখনৰ সদৰঠাই হিচাপে স্বীকৃত হয়৷ এই নগৰখন নাগালেণ্ডৰ ৰাজধানী ক’হিমাৰ পৰা ২৫৪ কিমি দুৰত্বত অৱস্থিত৷ এই জিলাতে নাগালেণ্ড ৰাজ্যৰ সৰ্বোচ্চ পৰ্বত মাউন্ট চাৰামাটি অৱস্থিত৷[1]

জনসংখ্যা সম্পাদনা কৰক

কিফিৰে নগৰৰ অধিকাংশ লোকেই চাংটাম (Sangtam), ইমচুংগাৰ (Yimchunger) আৰু চেমা (Sema) নগা জনজাতিৰ লোক৷

তথ্যসূত্ৰ সম্পাদনা কৰক