কুঁহি আলোচনীখন নামনি অসমসৰভোগৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখন ত্ৰিমহীয়া আলোচনী। এই ভিন্নবিষয়ক আলোচনীখন ১ জানুৱাৰী, ২০১৪[1] তাৰিখৰ পৰা প্ৰকাশিত হৈ আছে।

কুঁহি
কুঁহি
কুঁহিৰ ল’গ’
সম্পাদক নিৰুপজ্যোতি বৰুৱা
প্ৰকাৰ আলোচনী
প্ৰকাশনৰ হাৰ ত্ৰিমহীয়া
প্ৰকাশক সৃজনী, The Creation
প্ৰথম সংখ্যা ১ জানুৱাৰী, ২০১৪
দেশ ভাৰত
ভাষা অসমীয়া
ISSN সংখ্যা 2395-2687

তথ্য সংগ্ৰহ সম্পাদনা কৰক