কুপিয়া ভাষা
কুপিয়া বা বাল্মিকী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ বাল্মিকী লোকে ব্যৱহাৰ কৰে। এই ভাষা ওড়িয়া উপগোটৰ অন্তৰ্গত। বাল্মিকীসকল জনগোষ্ঠীয় লোক যিয়ে মুখ্যতঃ উৰিষ্যাৰ কৰাপুত আৰু আন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনং জিলাত বাস কৰে।[2]
Kupia | |
---|---|
Valmiki, Balmiki | |
Native to | India |
Region | Odisha, Andhra Pradesh |
Ethnicity | 79,000 (2007)[1] |
Native speakers
|
6,600 (2007)[1] |
Odia, Telugu | |
Language codes | |
ISO 639-3 | key
|
Glottolog | kupi1238
|
লিপি
সম্পাদনা কৰককুপিয়া ভাষা সাধাৰণতে ওড়িয়া বা তেলুগু লিপিৰে লিখা হয়, লিখোঁতা উৰিষ্যাৰ নে অন্ধ্ৰ প্ৰদেশৰ, তাৰ ভিত্তিত।[2] সত্যপতি প্ৰসন্ন শ্ৰীয়ে কুপিয়াৰ বাবে এক নতুন লিপি তৈয়াৰ কৰি উলিয়াইছে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 Kupia at Ethnologue (18th ed., 2015) (subscription required)
- ↑ 2.0 2.1 Pattanayak, Subrat Kalayan; Dash, Biswanandan (December 2020), An Ethnolinguistic Repositioning of the Balmiki Language of Odisha: A Bibliographic Appraisal, Centurion University of Technology and Management, https://www.researchgate.net/publication/346966868_An_Ethnolinguistic_Repositioning_of_the_Balmiki_Language_of_Odisha_A_Bibliographic_Appraisal উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name "balmiki" defined multiple times with different content