কুপিয়া বা বাল্মিকী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতউৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ বাল্মিকী লোকে ব্যৱহাৰ কৰে। এই ভাষা ওড়িয়া উপগোটৰ অন্তৰ্গত। বাল্মিকীসকল জনগোষ্ঠীয় লোক যিয়ে মুখ্যতঃ উৰিষ্যাৰ কৰাপুত আৰু আন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনং জিলাত বাস কৰে।[2]

Kupia
Valmiki, Balmiki
Native to India
Region Odisha, Andhra Pradesh
Ethnicity 79,000 (2007)[1]
Native speakers
6,600 (2007)[1]
Odia, Telugu
Language codes
ISO 639-3 key
Glottolog kupi1238

লিপি সম্পাদনা কৰক

কুপিয়া ভাষা সাধাৰণতে ওড়িয়া বা তেলুগু লিপিৰে লিখা হয়, লিখোঁতা উৰিষ্যাৰ নে অন্ধ্ৰ প্ৰদেশৰ, তাৰ ভিত্তিত।[2] সত্যপতি প্ৰসন্ন শ্ৰীয়ে কুপিয়াৰ বাবে এক নতুন লিপি তৈয়াৰ কৰি উলিয়াইছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Kupia at Ethnologue (18th ed., 2015) (subscription required)
  2. 2.0 2.1 Pattanayak, Subrat Kalayan; Dash, Biswanandan (December 2020), An Ethnolinguistic Repositioning of the Balmiki Language of Odisha: A Bibliographic Appraisal, Centurion University of Technology and Management, https://www.researchgate.net/publication/346966868_An_Ethnolinguistic_Repositioning_of_the_Balmiki_Language_of_Odisha_A_Bibliographic_Appraisal  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "balmiki" defined multiple times with different content