কোয়েল মল্লিক
ভাৰতীয় অভিনেতা
কোয়েল মল্লিক (ইংৰাজী: Koel Mallick) (জন্ম: ২৮ এপ্ৰিল, ১৯৮২) বঙালী চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত ভাৰতীয় অভিনেত্ৰী।
কোয়েল মল্লিক | |
---|---|
![]() | |
জন্ম | ২৮ এপ্ৰিল, ১৯৮২ (৪১ বছৰ) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনয় |
জনা যায় | বঙালী চলচ্চিত্ৰ অভিনেত্ৰী |
উচ্চতা | ১.৬৭ মিটাৰ (U=ft}}) |
দাম্পত্যসঙ্গী | নিশপাল সিং ৰাণে |
পিতৃ-মাতৃ | ৰঞ্জিত মল্লিক দীপা মল্লিক |
ব্যক্তিগত আৰু শিক্ষা জীৱনসম্পাদনা কৰক
কোয়েলে পশ্চিমবঙ্গৰ কলকাতাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ বিখ্যাত বঙালী অভিনেতা ৰঞ্জিত মল্লিক আৰু মাতৃৰ নাম দীপা মল্লিক। তেওঁ মডাৰ্ণ হাইস্কুল নামে এখন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত স্কুলীয়া জীৱন অতিবাহিত কৰি পাচত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ গোখলে বালিকা মেমোৰিয়েল কলেজৰ পৰা মনোবিজ্ঞান বিষয়ত বি.এছ.চি (অনাৰ্চ) উপাধি লাভ কৰে।
চলচ্চিত্ৰপঞ্জীসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "তখনই বুঝেছিলাম জিতেৰ সহ্যশক্তি ভালোই". এই সময়. http://eisamay.indiatimes.com/entertainment/cinema/koyel-mullick-shares-her-equation-with-jeet/articleshow/47983670.cms। আহৰণ কৰা হৈছে: ৮ জুলাই, ২০১৫.
- ↑ "ব্যোম শঙ্কৰ ভজ গৌৰাঙ্গ". আনন্দবাজাৰ পত্ৰিকা. http://www.anandabazar.com/supplementary/anandaplus/1.24112। আহৰণ কৰা হৈছে: ২৩ এপ্ৰিল, ২০১৪.
- ↑ "ৰণং দেহি". আনন্দবাজাৰ পত্ৰিকা. http://archives.anandabazar.com/archive/1131021/21ananda-plus1.html। আহৰণ কৰা হৈছে: ২১ অক্টোবৰ ২০১৩.