মিহিৰ দাস

ভাৰতীয় অভিনেতা

মিহিৰ দাস (ওড়িয়া: ମିହିର ଦାସ, ১৭ ফেব্ৰুৱাৰী ১৯৫৯ – ১১ জানুৱাৰী ২০২২) এজন উল্লেখযোগ্য অভিনেতা ওড়িয়া চলচ্চিত্ৰ জগতত দীৰ্ঘদিন ধৰি অভিনয় কৰি থকা। মূল চৰিত্ৰ বা নায়কৰ পৰা আৰম্ভ কৰি হাস্য অভিনেতা, খলনায়ক আদি বিভিন্ন চৰিত্ৰত তেখেতে অভিনয় কৰিছে। ওড়িয়াৰ বাহিৰেও তেখেতে বাংলা চলচ্চিত্ৰতো অভিনয় কৰিছে। তেখেতৰ পত্নী সঙ্গীতা দাস (মৃত্যু ২০১০) এগৰাকী কণ্ঠশিল্পী তথা অভিনেত্ৰী আছিল। পুত্ৰ অম্লান দাসো এজন অভিনেতা।[1][2][3]

মিহিৰ দাস
Mihir Das during 25th Odisha State Film Awards in Bhubaneswar.
ভুৱনেশ্বৰত অনুষ্ঠিত ২৫তম ওড়িশা ষ্টেট ফিল্ম এৱাৰ্ড অনুষ্ঠানত মিহিৰ দাস।
স্থানীয় নাম ମିହିର ଦାସ
জন্ম ১১ ফেব্ৰুৱাৰী, ১৯৫৯
ময়ূৰভঞ্জ জিলা, ওড়িশা, ভাৰত
মৃত্যু ১১ জানুৱাৰী, ২০২২ (৬২ বছৰ)
কটক, ওড়িশা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা, মডেল
গৃহস্থান কটক, ওড়িশা, ভাৰত
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী সঙ্গীতা দাস
সন্তান অম্লান দাস
স্বাক্ষৰ

মৃত্যু সম্পাদনা কৰক

২০২১ চনৰ ডিচেম্বৰ মাহত দাসক কটকত বৃক্কৰ সমস্যাৰ বাবে ডায়েলাইচিছ কৰি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ২০২২ চনৰ ১১ জানুৱাৰীত ৬২ বছৰ বয়সত কটকৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।[4][5]

মিহিৰ দাসে অভিনয় কৰা চলচ্চিত্ৰসমূহৰ তালিকা সম্পাদনা কৰক

  • অনলি প্যাৰ (২০১৮)
  • তু মোৰ লভ ষ্টৰী (২০১৭)
  • ছিষ্টৰ শ্ৰীদেৱী (২০১৭)
  • অভয় (২০১৭)
  • হিৰো নাম্বাৰ ৱান (২০১৭)
  • ৰোমিও জুলিয়েট (২০১৭)
  • গুণ্ডা (২০১৬)
  • টাৰ্গেট (২০১৩)
  • মাই লভ ষ্টৰী (২০১৩)
  • ACP সাগৰীকা (২০১৩)
  • দিৱানী দিৱানা (২০১৩)
  • ৰুম্কু ঝুমানা (২০১৩)
  • মুঁ একা তুমৰ (২০১৩)
  • তু মো দেহৰ ছাই (২০১৩)
  • লভ মাষ্টাৰ (২০১২)
  • মনু (২০১২)
  • চান্দ না তুমে তাৰা (২০১২)
  • বেড গাৰ্ল (২০১২)
  • ৰজাঝিঅ সংগে হেইগলা ভাব (২০১২)
  • ইডিঅট্ (২০১২)
  • তু মো আৰম্ভ তু মো শেষ (২০১২)
  • গুড বয় (২০১২)
  • শপথ (২০১২)
  • এমিতি বি প্ৰেম হুএ (২০১২)
  • আইন কানুন (২০১১)
  • কেমিতি এ বন্ধন (২০১১)
  • মুঁ প্ৰেমী মুঁ পাগল (২০১১)
  • চকলেট্ (২০১১)
  • চোৰি চোৰি মন চোৰি (২০১১)
  • কটক - দা ছিলভাৰ ছিটি (২০১১)
  • ক্ৰিমিনাল্ (২০১১)
  • ১৪৩ আই লভ য়ু (২০১১)
  • বাইশি পাহাচে খেলিব মীন (২০১১)
  • হিৰো- প্ৰেম কথা (২০১১)
  • মতে বোহূ কৰি নেই যা (২০১১)
  • এ মন খোজে মনটিএ (২০১১)
  • তু মো গাৰ্ল্ ফ্ৰেণ্ড্ (২০১১)
  • মন মোৰ প্ৰজাপতি (২০১১)
  • লোফৰ্ (২০১১)
  • মোষ্ট ৱাণ্টেড্ (২০১১)
  • তু থা মুঁ যাউছি ঋষি (২০১০)
  • আসিবু কেবে সাজি মো ৰাণী (২০১০)
  • দিৱানা (২০১০)
  • প্ৰেম অঢ়েই অক্ষৰ (২০১০)
  • তোতে ভল পাউছি বোলি (২০১০)
  • তোৰ মোৰ যোড়ি সুন্দৰ (২০১০)
  • ভুল বুঝিবনি মোতে (২০১০)
  • পহিলি ৰজ (২০১০)
  • সঞ্জু আউ সঞ্জনা (২০১০)
  • আ লো মোৰ কণ্ঢেই (২০১০)
  • মুঁ কণ এতে খৰাপ (২০১০)
  • শুভ বিবাহ (২০১০)
  • আখি পলকৰে তু (২০১০)
  • তুমে হিঁ সাথি মোৰ (২০০৯)
  • অভিমন্যু (২০০৯)
  • সাত সুৰে বন্ধা এ জীৱন (২০০৯)
  • আৰে সাথি আ (২০০৯)
  • কেউঁ দুনিআঁৰু আসিল বন্ধু (২০০৯)
  • আইলাৰে ওড়িআ পুঅ (২০০৯)
  • শত্ৰু সংহাৰ (২০০৯)
  • সুনা চঢ়েই মো ৰূপা চঢ়েই (২০০৯)
  • প্ৰিয়া - দি ড্ৰিম গাৰ্ল (২০০৯)
  • আৰে সাথি আ (২০০৯)
  • মুন্না-এ লভ ষ্টোৰী (২০০৮)
  • মুঁ সপনৰ সউদাগৰ (২০০৮)
  • মতে ত লভ হেলাৰে (২০০৮)
  • হসিব পুণি মো সুনা সংসাৰ (২০০৮)
  • মতে আণি দেল লক্ষে ফগুন (২০০৮)
  • তো বিনা ভল লাগেন (২০০৮)
  • অগ্নিশিখা (২০০৭)
  • চকা চকা ভউঁৰী (২০০৭)
  • ধউলি এক্সপ্ৰেস্ (২০০৭)
  • এ মন মানেনা (২০০৭)
  • মুঁ ততে লভ কৰুচি (২০০৭)
  • ফেৰিআ মো সুনা ভউণী (২০০৭)
  • সময় হাতৰে ডোৰী (২০০৭)
  • ৰাখি বান্ধিলি মো ৰখিব মান (২০০৬)
  • শাশুঘৰ চালিযিবি (২০০৬)
  • থ্যাঙ্ক য়ু ভগবান (২০০৬)
  • তু একা আম সাহা ভৰষা (২০০৬)
  • জীবন মৃত্যু (২০০৫)
  • টোপাএ সিন্দূৰ দিটোপা লুহ (২০০৫)
  • মাতৃশক্তি (২০০৩)
  • সময় খেলুচি চকা ভউঁৰী (২০০২)
  • বাজি (২০০১)
  • ধৰ্ম দেবতা (২০০১)
  • হৰি ভাই হাৰেনা (২০০০)
  • প্ৰেম বন্ধন (২০০০)
  • ৰশ্মী ৰেখা (২০০০)
  • সময় চকৰে সংসাৰ ৰথ (২০০০)
  • গোপৰে বঢুছি মো কলা কহ্নেই (১৯৯৯)
  • কথা কহিব মো মথা সিন্দূৰ (১৯৯৯)
  • ষোল শুক্ৰবাৰ (১৯৯৯)
  • পবিত্ৰ বন্ধন (১৯৯৯)
  • কৃষ্ণা কাবেৰী (১৯৯৯)
  • মা’ ও মমতা (১৯৯৯)
  • মা' পৰি কিএ হেব (১৯৯৯)
  • ৰাখি ভিজিগলা আখি লুহৰে (১৯৯৯)
  • লক্ষ্মী প্ৰতিমা (১৯৯৯)
  • অহল্যা (১৯৯৮)
  • লক্ষ্মীৰ অভিসাৰ (১৯৯৮)
  • সহৰ জলুচি (১৯৯৮)
  • সউভাগ্যবতী (১৯৯৮)
  • স্ত্ৰী (১৯৯৮)
  • সিংহবাহিনী (১৯৯৮)
  • ভুল কাহাৰ (১৯৯৭)
  • গঙ্গা যমুনা (১৯৯৭)
  • সুহাগ সিন্দূৰ (১৯৯৬)
  • জীবন ধাৰা (১৯৯৬)
  • পুঅ মোৰ ভোলাশঙ্কৰ (১৯৯৬)
  • ভাই হেলা ভগাৰি (১৯৯৪)
  • গঢি জাণিলে ঘৰ সুন্দৰ (১৯৯৪)
  • মহুআ (১৯৯৪)
  • মুক্তি মশাল (১৯৯৪)
  • অনুপমা (১৯৯৩)
  • ভাগ্য হাতে ডোৰি (১৯৯৩)
  • দাদাগিৰি (১৯৯৩)
  • শ্ৰদ্ধাঞ্জলি (১৯৯৩)
  • অগ্নি সঙ্কট (১৯৯২)
  • ঘৰ মোৰ স্বৰ্গ (১৯৯২)
  • প্ৰিতী ৰ ইতি (১৯৯২)
  • কি হেব শুআ পোষিলে (১৯৯১)
  • হস লুহ ভৰা দুনিআ (১৯৯০)
  • হিসাব কৰিব কালিআ (১৯৯০)
  • কালিআ ভৰসা (১৯৯০)
  • পৰদেশী চঢেই (১৯৯০)
  • আকাশৰ আখি (১৯৮৯)
  • প্ৰতিশোধ অপৰাধ নুহেঁ (১৯৮৯)
  • সাগৰ (১৯৮৯)
  • কন্যাদান (১৯৮৮)
  • এই ত দুনিআঁ (১৯৮৭)
  • এই আম সংসাৰ (১৯৮৬)
  • ৰামায়ণ (১৯৮০)
  • মথুৰা বিজয় (১৯৭৯)[2][3][6]

তথ্য উৎস সম্পাদনা কৰক

  1. Pradhan, Ashok (12 December 2011). "State film awards announced" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/bhubaneswar/state-film-awards-announced/articleshow/11076544.cms. 
  2. 2.0 2.1 "Mihir Das Oriya Hero Profile". incredibleorissa.com. January 2011. http://incredibleorissa.com/oriyafilms/mihir-das-actor/। আহৰণ কৰা হৈছে: 7 April 2012. 
  3. 3.0 3.1 "Mihir Das: An Overview". incredibleorissa.com. 5 February 2012. Archived from the original on 5 June 2018. https://web.archive.org/web/20180605113102/http://www.orissaspider.com/resources/3695-Mihir-Das-biography-most-talented-Ollywood-actor.aspx। আহৰণ কৰা হৈছে: 7 April 2012. "Name: Mihir Kumar Das, Wife, Late Sangita Das" 
  4. "Veteran Odia actor Mihir Das hospitalised after suffering mild heart attack". Deccan Herald. 10 December 2021. https://www.deccanherald.com/national/east-and-northeast/veteran-odia-actor-mihir-das-hospitalised-after-suffering-mild-heart-attack-1059465.html। আহৰণ কৰা হৈছে: 28 December 2021. 
  5. "Condition Of Ollywood Actor Mihir Das Stable, Next 96 Hrs Vital, Say Docs". Ommcomnews. 27 December 2021. https://ommcomnews.com/odisha-news/condition-of-ollywood-actor-mihir-das-stable-next-96-hrs-vital-say-docs। আহৰণ কৰা হৈছে: 28 December 2021. 
  6. "Sangita Das wife of actor Mihir Das dies of heart attack". orissadiary.com. Archived from the original on 7 March 2013. https://web.archive.org/web/20130307142918/http://www.orissadiary.com/ShowEntertainmentNews.asp?id=17104। আহৰণ কৰা হৈছে: 7 April 2012. "The eminent singer, film artist Sangita Das expired on Saturday in heart attack." 

বাহ্যিক সংযোগ সম্পাদনা কৰক

মিহিৰ দাস সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।