কৱি শাস্ত্ৰী (ইংৰাজী: Kavi Shastri) (জন্ম: ফেব্ৰুৱাৰী ১৯, ১৯৮৬) হৈছে এজন ভাৰতীয় ব্ৰিটিছ অভিনেতা[1]। প্ৰবাসী ভাৰতীয় এই অভিনেতাজনে পূৰ্বতে কিছুসংখ্যক ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছিল যদিও তেওঁ য়শ ৰাজ ফিল্মছৰ ধাৰাবাহিক "ৰিস্তা ডট কম"-ত কৰা অভিনয়ৰ বাবেহে ভাৰতীয় দৰ্শকৰ মাজত পৰিচয় আৰু জনপ্ৰিয়তা লাভ কৰে।

কৱি শাস্ত্ৰী
জন্ম ১৯ ফেব্ৰুৱাৰী, ১৯৮৬ (৩৮ বছৰ)
লণ্ডন, যুক্তৰাজ্য
বাসগৃহ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা  যুক্তৰাজ্য
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০০১ - বৰ্তমানলৈ
দাম্পত্যসঙ্গী Sherryl Wiltshire (m. 2012)

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

নাম বৰ্ষ চৰিত্ৰ ভাষা টোকা তথ্যসূত্ৰ
হলবী চিটি ২০০১ আচফ ইংৰাজী ধাৰাবাহিক
খণ্ড: ৰাণএৱে #৩.১২
[1]
ইউগেটমি ২০০৩-২০০৫ এস ইংৰাজী ধাৰাবাহিক
৪৭টা খণ্ড
ইট কুড বি ইউ ২০০৫ সিদ ইংৰাজী চলচ্চিত্ৰ
দা বিল ২০০৫ চাদিক কালিয়া ইংৰাজী ধাৰাবাহিক
খণ্ড: 362 #২১.৯০
পপকৰ্ণ ২০০৭ কাৰ্ল ইংৰাজী চলচ্চিত্ৰ
ফেয়াৰী টেল্চ ২০০৮ সাজ ইংৰাজী টিভি মিনি চিৰিজ
খণ্ড: দা এম্প্ৰেচেচ নিউ ক্লোথ #১.০৩
লাভ আজ কল ২০০৯ জাত (ছেইফ আলি খানৰ বন্ধু) হিন্দী চলচ্চিত্ৰ [1]
ৰিস্তা ডট কম ২০১০ ৰোহন মেহৰা হিন্দী ধাৰাবাহিক
২৬টা খণ্ড
মুঝচে ফ্ৰেণ্ডচিপ কৰোগে ২০১১ সিদ্ধান্ত শেখৰ হিন্দী চলচ্চিত্ৰ

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Kavi Shastri on IMDb